NE NOW NEWS

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আৰু ২৫ জন ভাৰতীয়ক মৃত্যুদণ্ড আমিৰশ্বাহীত! কিমান প্ৰবাসী বিদেশৰ কাৰাগাৰত বন্দী, তথ্য দিলে কেন্দ্ৰই

আৰু ২৫ জন ভাৰতীয়ক মৃত্যুদণ্ড আমিৰশ্বাহীত! কিমান প্ৰবাসী বিদেশৰ কাৰাগাৰত বন্দী, তথ্য দিলে কেন্দ্ৰই

সংযুক্ত আৰব আমিৰশ্বাহীত আৰু ২৫ জন ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছে। অৱশ্যে তেওঁলোকৰ মৃত্যুদণ্ড এতিয়াও সম্পন্ন হোৱা নাই। বৃহস্পতিবাৰে সংসদত...

হানী ট্ৰেপিঙৰ বলি ৪৮ জন ৰাজনীতিবিদ; চিডি আৰু পেন ড্ৰাইভৰ জালত বন্দী নেতা! উত্তাল বিধানসভা

হানী ট্ৰেপিঙৰ বলি ৪৮ জন ৰাজনীতিবিদ; চিডি আৰু পেন ড্ৰাইভৰ জালত বন্দী নেতা! উত্তাল বিধানসভা

প্ৰথমতে চূৰচূৰীয়াকৈ গুণগুণনি আৰম্ভ হৈছিল। প্ৰেমৰ ফান্দত পৰিছে কৰ্ণাটকৰ এজন মন্ত্ৰী। ক্ৰমান্বয়ে ই এক বৃহৎ বিতৰ্কলৈ পৰিণত হৈছে। কোৱা হৈছে...

এটা কুকুৰৰ দামত ৫০ খন BMW! যুৱকৰ আজৱ চখৰ আঁৰত আছে এটা অদ্ভুত কাৰণ, চাই লওক

এটা কুকুৰৰ দামত ৫০ খন BMW! যুৱকৰ আজৱ চখৰ আঁৰত আছে এটা অদ্ভুত কাৰণ, চাই লওক

বিভিন্ন সময়ত আমি বহু ভিন্ন মানুহ লগ পাওঁ। আমি তাৰে কিছুমানক মনত ৰাখো আৰু আন কিছুমানক আমি নিমিষতে পাহৰি যাওঁ।...

প্ৰস্তাৱিত স্থানান্তৰকৰণৰ বিৰুদ্ধে ২৪ মাৰ্চত প্ৰতিবাদ সাব্যস্ত কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাই

প্ৰস্তাৱিত স্থানান্তৰকৰণৰ বিৰুদ্ধে ২৪ মাৰ্চত প্ৰতিবাদ সাব্যস্ত কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাই

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাই যোৱা ১৯ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত এক বৈঠক...

ৰিয়াদত মৃত অৱস্থাত উদ্ধাৰ বিশ্ববিখ্যাত সংৰক্ষণবিদ ভিনচেণ্ট ভান ডেৰ মাৰৱে

ৰিয়াদত মৃত অৱস্থাত উদ্ধাৰ বিশ্ববিখ্যাত সংৰক্ষণবিদ ভিনচেণ্ট ভান ডেৰ মাৰৱে

চৌদি আৰৱৰ ৰিয়াদৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ কৰা হৈছে বিশ্ববিখ্যাত সংৰক্ষণবিদ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ‘প্ৰজেক্ট চিতা’ৰ মূল সদস্য...

কেবিনেটৰ সিদ্ধান্ত! গুৱাহাটীত নিশা ২ বজালৈ খোলা থাকিব সুৰাৰ বিপণী

কেবিনেটৰ সিদ্ধান্ত! গুৱাহাটীত নিশা ২ বজালৈ খোলা থাকিব সুৰাৰ বিপণী

ডিব্ৰুগড়ত অনুষ্ঠিত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দোকান-পোহাৰ খোলা ৰখাৰ ক্ষেত্ৰত কেবিনেটে ঘোষণা কৰিছে...

চেঞ্চৰশ্বিপৰ অভিযোগত কেন্দ্ৰৰ বিৰুদ্ধে গোচৰ তৰিলে ইলন মাস্কৰ ‘এক্সে’

চেঞ্চৰশ্বিপৰ অভিযোগত কেন্দ্ৰৰ বিৰুদ্ধে গোচৰ তৰিলে ইলন মাস্কৰ ‘এক্সে’

ইলন মাস্কৰ কোম্পানী ‘এক্স কৰ্প’এ মোদী চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ত। সংস্থাটোৱে কেন্দ্ৰৰ তথ্য প্ৰযুক্তি আইনৰ ধাৰা...

একেৰাহে অষ্টমবাৰ কোনে পালে বিশ্বৰ আটাইতকৈ সুখী দেশৰ খিতাপ; তালিকাত ভাৰতৰ স্থান ক’ত?

একেৰাহে অষ্টমবাৰ কোনে পালে বিশ্বৰ আটাইতকৈ সুখী দেশৰ খিতাপ; তালিকাত ভাৰতৰ স্থান ক’ত?

পৃথিৱীৰ আটাইতকৈ সুখী দেশৰ তালিকাত অহিংসা আৰু বসুধৈব কুটুম্বকম নীতিৰ প্ৰচাৰ কৰি অহা ভাৰতৰ স্থান ক’ত? ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সুখী দিৱস...

বিবাহিত মহিলাৰ যৌন স্বাধীনতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ

বিবাহিত মহিলাৰ যৌন স্বাধীনতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ

বিবাহিত মহিলাৰ যৌন স্বাধীনতা সন্দৰ্ভত এক গুৰুত্ব পূৰ্ণ ৰায়দানদিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। সমাজে হস্তমৈথুন বা পৰ্ণগ্ৰাফী চোৱাক অনৈতিক বুলি গণ্য...

Page 1116 of 6690 1 … 1,115 1,116 1,117 … 6,690

Stay Connected

Recent News