NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

উত্তৰ পূব সীমান্ত ৰে’লৱেই নিযুক্তি দিলে নতুন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া

উত্তৰ পূব সীমান্ত ৰে’লৱেই নিযুক্তি দিলে নতুন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া

ভাৰতীয় ৰে’লৱেৰ ২০১৪ বেচৰ ট্ৰেফিক চাৰ্ভিচৰ বিষয়া শ্ৰী কপিঞ্জল কিশোৰ শৰ্মাই ১২.০৮.২০২৪ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া...

কোকৰাঝাৰত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ : শহুৰেকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

কোকৰাঝাৰত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ : শহুৰেকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

কোকৰাঝাৰ জিলাৰ বিলাসপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ। মৃত ব্যক্তিজনৰ...

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত জিলিকি উঠিল চাৰিখন অসমীয়া ছবি

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত জিলিকি উঠিল চাৰিখন অসমীয়া ছবি

শুকুৰবাৰে প্ৰদান কৰা ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০২২ত চাৰিখন অসমীয়া ছবিয়ে স্বীকৃতি লাভ কৰিছে। ‘এমুঠি পুথি’ (এ ভেৰী ফিচি...

উত্তৰ প্ৰদেশৰ চৰকাৰী বিষয়াৰ কাণ্ড! ঘৰত সোমাই ৬ বছৰীয়া দলিত নাবালিকাক ধৰ্ষণ, সাৰি নগ’ল বান্ধি থোৱা ছাগলীও

উত্তৰ প্ৰদেশৰ চৰকাৰী বিষয়াৰ কাণ্ড! ঘৰত সোমাই ৬ বছৰীয়া দলিত নাবালিকাক ধৰ্ষণ, সাৰি নগ’ল বান্ধি থোৱা ছাগলীও

এগৰাকী চৰকাৰী বিষয়াই ঘৰত প্ৰৱেশ কৰি ছবছৰীয়া দলিত কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি চৰকাৰী বিষয়াগৰাকীয়ে নাবালিকাগৰাকীৰ ঘৰত বান্ধি...

অন্য জাতিৰ প্ৰেমিকাক লৈ পলায়ন প্ৰেমিকৰ : মুক্তিপণ হিচাপে প্ৰেমিকৰ মাকক অপহৰণ কৰিলে প্ৰেমিকাৰ পৰিয়ালে

অন্য জাতিৰ প্ৰেমিকাক লৈ পলায়ন প্ৰেমিকৰ : মুক্তিপণ হিচাপে প্ৰেমিকৰ মাকক অপহৰণ কৰিলে প্ৰেমিকাৰ পৰিয়ালে

অন্য জাতিৰ প্ৰেমিকাক লৈ পলায়ন কৰিলে প্ৰেমিকে। তাৰপিছত প্ৰেমিকাক প্ৰেমিকাৰ কাষৰ পৰা ঘূৰাই অনাৰ বাবে প্ৰেমিকৰ মাকক অপহৰণ কৰিলে প্ৰেমিকাৰ...

চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পথত ধৰ্ষণৰ বলি হ’ল নাৰ্চ

চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পথত ধৰ্ষণৰ বলি হ’ল নাৰ্চ

দেশত সংঘটিত হৈছে ইটোৰ পিছত সিটো ধৰ্ষণৰ ঘটনা। উত্তৰাখণ্ডত চিকিৎসালয়ৰ পৰা ওলাই ঘৰলৈ যোৱা পথত ধৰ্ষণৰ বলি হ’ল এগৰাকী নাৰ্চ।...

ভাৰতত ২০১৮ চনৰ পৰা ২০২২ চনলৈ প্ৰতি বছৰে কৰ্মক্ষেত্ৰত সংঘটিত ৪০০ৰো অধিক যৌন নিৰ্যাতনৰ ঘটনা

ভাৰতত ২০১৮ চনৰ পৰা ২০২২ চনলৈ প্ৰতি বছৰে কৰ্মক্ষেত্ৰত সংঘটিত ৪০০ৰো অধিক যৌন নিৰ্যাতনৰ ঘটনা

দেশত অসুৰক্ষিত নাৰী! নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্যৰ উদ্ধৃতি দি বিজনেছ ষ্টেণ্ডাৰ্ডে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ভাৰতে ২০১৮ চনৰ পৰা...

স্বাধীনতাৰ দিৱসত আলফাৰ বোমা সংস্থাপনক লৈ আপৰ প্ৰতিক্ৰিয়া

স্বাধীনতাৰ দিৱসত আলফাৰ বোমা সংস্থাপনক লৈ আপৰ প্ৰতিক্ৰিয়া

স্বাধীনতা দিৱসৰ দিনাই নিষিদ্ধ ঘোষিত সংগঠন আলফা( স্বাধীন)এ ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ বিষয়টোত চৰকাৰৰ গৃহ বিভাগৰ...

আপুনি হেডফোন অত্যধিক ব্যৱহাৰ কৰে নেকি? জানক শ্ৰৱণ শক্তিৰ কিমানলৈকে হেৰুৱাইছে আপুনি…

আপুনি হেডফোন অত্যধিক ব্যৱহাৰ কৰে নেকি? জানক শ্ৰৱণ শক্তিৰ কিমানলৈকে হেৰুৱাইছে আপুনি…

আজিকালি গীত শুনা আৰু কথা পতাৰ বাবে হেডফোন-ইয়াৰফোনৰ ব্যৱহাৰ বাঢ়িছে। এক অধ্যয়নত দেখা গৈছে যে বহু লোকে প্ৰতিদিনে ৩-৪ ঘণ্টা...

অভিলেখ! বিশ্বৰ আটাইতকৈ বয়সীয়াল পাণ্ডাই ১৯ বছৰ বয়সত জন্ম দিলে যমজ সন্তান

অভিলেখ! বিশ্বৰ আটাইতকৈ বয়সীয়াল পাণ্ডাই ১৯ বছৰ বয়সত জন্ম দিলে যমজ সন্তান

বৃহস্পতিবাৰে হংকঙত এটা বিশাল পাণ্ডাই যমজ সন্তান জন্ম দিছে, ইয়াৰ পাছত তেওঁ বিশ্বৰ আটাইতকৈ বয়সীয়াল পাণ্ডা মাতৃ হিচাপে পৰিগণিত হয়।...

Page 1413 of 6613 1 1,412 1,413 1,414 6,613

Stay Connected

Recent News