অনন্য দ্ৰাবিড়! সকলো সহকৰ্মীকেই দিব লাগিব সমান টকা; পুৰস্কাৰৰ ৫ কোটি ঘূৰাই দিলে ৰাহুলে!
ৰাহুল দ্ৰাবিড়ে পুনৰ নিজকে টিমমেন হিচাপে প্ৰমাণ কৰিলে। ৰোহিত শৰ্মা বাহিনীৰ বিজয়ৰ পিছত টিম ইণ্ডিয়াৰ বাবে ১২৫ কোটি টকাৰ পুৰস্কাৰ...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
ৰাহুল দ্ৰাবিড়ে পুনৰ নিজকে টিমমেন হিচাপে প্ৰমাণ কৰিলে। ৰোহিত শৰ্মা বাহিনীৰ বিজয়ৰ পিছত টিম ইণ্ডিয়াৰ বাবে ১২৫ কোটি টকাৰ পুৰস্কাৰ...
চিবিআইৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে কেন্দ্ৰই - এই অভিযোগ লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল পশ্চিমবংগৰ ৰাজ্য চৰকাৰ। বুধবাৰে উচ্চতম ন্যায়ালয়ে এই...
সোমবাৰে (৮ জুলাই) এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে কয় যে আদালতে অভিযুক্তসকলক তেওঁলোকৰ স্থান জানিবৰ বাবে তেওঁলোকৰ গুগল মেপৰ লোকেচন...
ৰাজ্যসভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অভিযোগত কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে...
ছবিৰ শ্বুটিঙৰ মাজতে বিপৰ্যয় ঘটিল অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ। সম্প্ৰতি এখন তেলেগু ছবিৰ শ্বুটিঙৰ বাবে হায়দৰাবাদত আছে অভিনেত্ৰীগৰাকী। নন্দমুৰি বালকৃষ্ণৰ আগন্তুক...
আজি দেশৰ সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ...
উত্তৰ প্ৰদেশৰ উন্নাওত পুৱাৰ ভাগত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ঘাইপথত গাখীৰৰ টেংকাৰত খুন্দা মাৰি বাগৰি পৰে এখন যাত্ৰীবাহী বাছ।...
ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে। মঙলবাৰে আৰু ৭ জন লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে, ফলত চলিত বৰ্ষৰ বানপানী,...
মাস্ক খুলি কাইলিয়ান এমবাপেই দ্ৰুতগতিৰ ফুটবলত আক্ৰমণৰ নেতৃত্ব দিয়াৰ পিছতো গ’ল নাপালে। বৰঞ্চ ১৬ বছৰ বয়সত ফুট লেম্পৰ পোহৰত ওলাই...
গৌতম গম্ভীৰক ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে বুলি বুধবাৰে বিচিচিআইৰ সম্পাদক জয় শ্বাহে ছ’চিয়েল মিডিয়াত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd