শৰাইঘাটৰ দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ : সন্ধানহীন ৫১ বছৰীয়া ব্যক্তি
দেওবাৰে দিৱালীৰ আনন্দৰ মাজতে সংঘটিত হৈছে এক কৰুণ ঘটনা। শৰাইঘাটৰ দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপিয়াই সন্ধানহীন হৈ আছে এগৰাকী ৫১ বছৰীয়া...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
দেওবাৰে দিৱালীৰ আনন্দৰ মাজতে সংঘটিত হৈছে এক কৰুণ ঘটনা। শৰাইঘাটৰ দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপিয়াই সন্ধানহীন হৈ আছে এগৰাকী ৫১ বছৰীয়া...
ৰণবীৰ সিং আৰু দীপিকা পাডুকণ হৈছে আজিৰ তাৰিখত বলিউডৰ আটাইতকৈ জনপ্ৰিয় দম্পতী। এওঁলোকৰ প্ৰেম কাহিনী সকলোৰে মুখে মুখে। এইহাল দম্পতীয়ে...
নিউজ চেনেল-প'ৰ্টেলৰ সাংবাদিকক ধৰি-বান্ধি পিটিবলৈ উচটনিমূলক বক্তব্য দিয়া সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কঠোৰ...
ভাৰতীয় সেনাসকল য’ত থাকে, মোৰ বাবে সেয়াই অযোধ্যা অৰ্থাৎ ৰামৰ জন্মভূমি। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেওবাৰে দীপাৱলীৰ দিনটোত ভাৰতীয়...
প্ৰতিদিনে টেটুলৈকে মদ খাই ঘৰলৈ আহে স্বামী। মদ খাই আহি অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰে ঘৰত। মদৰ নিচাত পত্নীৰ ওপৰত চলাই...
ম্যানমাৰত আৰম্ভ হৈছে গৃহযুদ্ধ। সেনা আৰু বিদ্ৰোহীৰ সংঘাতত ম্যানমাৰৰ জন্টা চৰকাৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰিছে। ম্যানমাৰ-চীন সীমান্তৰ এক বৃহৎ অংশ...
টিভি চেনেল বা বাতৰি কাকত খুলিলেই যুদ্ধ, হিংসা, দুৰ্নীতি, হিংসাৰ খবৰ দেখা যায়। বহুসময়ত দেখা যায় যে ভাল ঘটনাবোৰ বিশেষ...
আমাৰ নিশাৰ আকাশৰ পৰা মংগল গ্ৰহ অতি সোনকালে অদৃশ্য হৈ যাব আৰু ৰঙা গ্ৰহটোৰ চাৰিওফালে মহাকাশযান চলোৱা মহাকাশ সংস্থাসমূহে সকলো...
আধাৰ কাৰ্ড সময়মতে সংযোগ হোৱা নাই। যাৰ ফলত সমগ্ৰ দেশতে প্ৰায় ১১.৫ কোটি নাগৰিকৰ PAN Card বাতিল কৰা হৈছে। আয়কৰ...
গাজাত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিবাদত ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত কমেও তিনি লাখ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় সময় অনুসৰি শনিবাৰে বিয়লি বিভিন্ন...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd