NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিন লাদেন, আল-জাৱাহিৰীৰ উত্তৰাধিকাৰী; আল-কায়েদাৰ নতুন মুৰব্বী ছাইফ আল-আদেল!

বিন লাদেন, আল-জাৱাহিৰীৰ উত্তৰাধিকাৰী; আল-কায়েদাৰ নতুন মুৰব্বী ছাইফ আল-আদেল!

ইৰাণস্থিত ইজিপ্তত জন্মগ্ৰহণ কৰা কমাণ্ডো ছাইফ আল-আদেলক আল-কায়েদাৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে...

ছেল্ফিৰ অনুৰোধ ৰক্ষা নকৰাৰ বাবে ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ ওপৰত আক্ৰমণ, ভাঙিলে বন্ধুৰ গাড়ী!

ছেল্ফিৰ অনুৰোধ ৰক্ষা নকৰাৰ বাবে ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ ওপৰত আক্ৰমণ, ভাঙিলে বন্ধুৰ গাড়ী!

ছেল্ফি তোলাৰ অনুৰোধ ৰক্ষা নকৰাৰ বাবে আক্ৰমণ। ক্ৰিকেটাৰ পৃথ্বী শ্ব'ক প্ৰাণে মৰাৰ চেষ্টা! ভাঙি পেলোৱা হ’ল তেওঁৰ বন্ধুৰ গাড়ী। মুম্বাইত...

Adani Power Deal: বিত্তীয় সংকটত ভুগিছে আদানি গ্ৰুপ! বাতিল ৭০১৭ কোটি টকাৰ অধিগ্ৰহণ চুক্তি

Adani Power Deal: বিত্তীয় সংকটত ভুগিছে আদানি গ্ৰুপ! বাতিল ৭০১৭ কোটি টকাৰ অধিগ্ৰহণ চুক্তি

আদানি গ্ৰুপৰ বাবে ২০২৩ বৰ্ষ একেবাৰে ভালদৰে যোৱা নাই। জানুৱাৰীৰ শেষত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত এইবাৰ ডি বি পাৱাৰ( DB Power)...

গোল্ডেন গ্লোব বঁটা বিজয়ী হলিউডৰ তাৰকা অভিনেত্ৰী ৰাকেল ৱেলছৰ পৰলোকপ্ৰাপ্তি

গোল্ডেন গ্লোব বঁটা বিজয়ী হলিউডৰ তাৰকা অভিনেত্ৰী ৰাকেল ৱেলছৰ পৰলোকপ্ৰাপ্তি

হলিউডৰ তাৰকা অভিনেত্ৰী ৰাকেল ৱেলছৰ পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত আমেৰিকান মডেল অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৮২ বছৰ।হলিউডৰ অভিনেত্ৰীগৰাকীৰ বুধবাৰে মৃত্যু হয়।...

এই দেশতে ৰাস্তাত ঘূৰি ফুৰিছে এজাক সিংহ! ভাইৰেল ভিডিঅ’ দেখি চকু কপালত নেটিজেনৰ

এই দেশতে ৰাস্তাত ঘূৰি ফুৰিছে এজাক সিংহ! ভাইৰেল ভিডিঅ’ দেখি চকু কপালত নেটিজেনৰ

কাহিনী নহয়, সঁচা ঘটনা! ৰাস্তাত ঘূৰি ফুৰিছে বনৰ ৰজা! তাকো এটা দুটা নহয় , একেবাৰে এজাক। একেলগে আঠটা সিংহ। ৰাস্তাটো...

Mumbai Guard Kills Woman

পাশৱিক! বাৰে বাৰে বিবাহৰ প্ৰস্তাৱত অতিষ্ঠ হৈ বিবাহিত মহিলাক হত্যা!

ইটোৰ পিছত সিটোকৈ বৰ্বৰ-নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে দেশ। দিল্লীত সংঘটিত হত্যাকাণ্ডই দেশত তুমুল চৰ্চা লাভ কৰাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে...

Income Tax Dept in BBC Office

তিনি দিনত আয়কৰ বিভাগৰ ‘জৰীপ’: কাৰ্যালয় এৰা নাই বিবিচিৰ ১০ জ্যেষ্ঠ কৰ্মচাৰীয়ে

দিল্লী আৰু মুম্বাইস্থিত ব্ৰিটেইন মূলৰ আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ আচম্বিত ‘জৰীপ’- এ আজি তিনি দিনত ভৰি দিছে।...

Terrorist Killed

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: নিৰাপত্তাৰ গুলীত পুনৰ নিহত সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। উপত্যকাটো সন্ত্ৰাসমুক্ত কৰি তোলাৰ লক্ষ্যৰে বিগত সময়চোৱাত নিৰাপত্তাৰক্ষীয়ে চলাই থকা জোৰদাৰ অভিযানৰ ফলত...

Tripura assembly election

ত্ৰিপুৰা বিধানসভা নিৰ্বাচন: ভোটাৰৰ মিশ্ৰিত সঁহাৰি, পুনৰ চৰকাৰ গঠনৰ আশা মুখ্যমন্ত্ৰী মাণিক সাহাৰ

কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি অনুষ্ঠিত হৈছে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ ৬০ খন বিধানসভা আসনৰ বাবে আৰম্ভ...

UP eviction death

উচ্চ আসনত থকাসকলৰ সুৰক্ষাৰ স্বাৰ্থত গাপ দিয়াৰ চেষ্টা দুই মহিলাৰ মৃত্যুক! যোগী চৰকাৰক তুলাধুনা প্ৰিয়ংকা গান্ধীৰ

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত বুলড’জাৰ নীতিৰ অধীনত চলা প্ৰশাসনৰ উচ্ছেদ অভিযানত কানপুৰত মাতৃ-কন্যাৰ মৃত্যুৰ পাছতে বিৰোধীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে...

Page 2283 of 6650 1 2,282 2,283 2,284 6,650

Stay Connected

Recent News