NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

FIFA World Cup Argentina

আৰু মাথো এখোজ! তাৰ পাছতেই হাতৰ মুঠিত ‘সোণালী পৰী’

কান্ধত দায়িত্ব গধুৰ। ৰাজপুত্ৰ মাৰাডোনাৰ উত্তৰাধিকাৰী তেওঁ। মাৰাডোনাই দি যোৱা গৌৰৱৰ ঐতিহ্য বুকুত বান্ধি উত্তৰাধিকাৰীৰ বাওঁভৰিৰ ওপৰত দৃষ্টি নিবদ্ধ সমগ্ৰ...

ISI agent Arrest in Gujarat

সৰিয়হৰ ডুলিত ভূত! মোডী-শ্বাহৰ গৃহৰাজ্যত পাক চোৰাংচোৱা সংস্থা আই.এছ.আইৰ এজেণ্ট!

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত আছে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই.এছ.আইৰ এজেণ্ট! আই.এছ.আইৰ হৈ কাম কৰা...

Bilkis Bano

বিলকিছ বানোৰ শুনানিৰ পৰা আঁতৰি আহিল ন্যায়াধীশ বেলা এম ত্ৰিবেদী: আজি নহ’ল শুনানি

দেশৰ ইতিহাসৰ এক কলংকিত অধ্যায় গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সময়ত সংঘটিত হোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণ কাণ্ড তথা তেওঁৰ পৰিয়ালক...

Diganta Borah Guwahati Police Commissioner

আৰক্ষী প্ৰশাসনত সালসলনি: দিগন্ত বৰাক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্ত

ৰাজ্যৰ আৰক্ষী প্ৰশাসনত আজি ব্যাপক সালসলনি ঘটোৱা হয়। অসম আৰক্ষী বিভাগৰ এই নতুন সালসলনি অনুসৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙক...

Umar Khalid

‘সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিব’: ওমৰ খালিদলৈ নিৰ্দেশনা দিল্লী আদালতৰ

ভগ্নীৰ বিবাহৰ বাবে এসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰা উত্তৰ-পূব দিল্লীৰ হিংসাত্মক কাণ্ডৰ প্ৰধান অভিযুক্ত ছাত্ৰ নেতা ওমৰ খালিদক কাৰাগাৰৰ পৰা...

Assam Accord citizenship

কি হ’ব নাগৰিকত্বৰ ভিত্তিবৰ্ষ! ১০ জানুৱাৰীত সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি

নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ ৰাজ্যত সুদীৰ্ঘকাল ধৰি চলি আহিছে বিতৰ্ক। অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰিত অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ মাৰ্চৰ পূৰ্বে...

anti-rape footwear

জোতাৰ জৰিয়তে আত্মৰক্ষা: ধৰ্ষণ ৰোধৰ বাবে নতুন প্ৰযুক্তি নিৰ্মাণ দশম শ্ৰেণীৰ ছাত্ৰীৰ

সাম্প্ৰতিক সময়ত দেশত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাই নাৰী সুৰক্ষাৰ ব্যৰ্থতাক উদঙাই তুলিছে। ইটোৰ পিছত সিটোকৈ দেশৰ বিভিন্ন প্ৰান্তত...

Threat Calls To Sharad Pawar

নিয়মিত ফোনযোগে শাৰদ পাৱাৰৰ বাসগৃহত গুলীবৰ্ষণৰ ভাবুকি: বিহাৰৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

দেশৰ ৰাজনীতিৰ বয়োজেষ্ঠ নেতা তথা নেচ'নেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰৰ মুম্বাইস্থিত বাসগৃহত ফোনযোগে নিয়মিত ভাবুকি দিয়াৰ অভিযোগত বিহাৰৰ পৰা...

Man Chops Up Father's Body Into 32 Pieces

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি! পিতৃক ৩২ টুকুৰা কৰি কাটি মুকলি খাদত পেলাই দিলে পুত্ৰই

দিল্লীৰ নৃশংস শ্ৰদ্ধা হত্যাকাণ্ডই কিছুদিন পূৰ্বে তোলপাৰ লগাইছিল সমগ্ৰ দেশ। এই নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য অদ্যপি মাৰ যোৱা নাই। শ্ৰদ্ধা হত্যাকাণ্ডৰ...

Old is Gold! কোটি টকাত বিক্ৰী হ’ল বিশ্বৰ আটাইতকৈ পুৰণি জিনছ!

Old is Gold! কোটি টকাত বিক্ৰী হ’ল বিশ্বৰ আটাইতকৈ পুৰণি জিনছ!

পৃথিৱীৰ আটাইতকৈ পুৰণি জিনছটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰোলিনাৰ উপকূলত এখন জাহাজৰ ধ্বংসাৱশেষত পোৱা গৈছে। ইয়াক পুনৰ কোটি টকাত বিক্ৰী কৰা...

Page 2385 of 6656 1 2,384 2,385 2,386 6,656

Stay Connected

Recent News