DMCA.com Protection Status
NE NOW NEWS

NE NOW NEWS

rhea

ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ; সহজেই জেইলৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা ক্ষীণ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ মাদক দ্ৰব্য কাণ্ড গোচৰত অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনৰ বৃহস্পতিবাৰে মুম্বাইৰ এখন বিশেষ আদালতত শুনানি আছিল।...

NIA-Bhaskar-Kalita-1140x570

আৰক্ষী উপ-পৰিদৰ্শক ভাস্কৰ কলিতাৰ হত্যাৰ অভিযোগত সাত আলফা সদস্যৰ বিৰুদ্ধে NIAৰ চাৰ্জশ্বীট

নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (NIA)য়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক ভাস্কৰ কলিতাক হত্যাৰ অভিযোগত সাতজন আলফা সদস্যৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে। যোৱা ২০১৮ৰ...

dipr-assam-570x320-750x375

৩৫ কোটি টকীয়া ভিজন অসম, মিছন অসম কেলেংকাৰিৰ গোচৰৰ অভিযোগনামা দাখিল

ৰাজ্যখনৰ জনসংযোগ বিভাগত সংঘটিত ৩৫কোটি টকীয়া ভিজন অসম, মিছন অসম কেলেংকাৰি সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ বিশেষ ভিজিলেন্স শাখাই বৃহস্পতিবাৰে অভিযোগনামা দাখিল...

দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ হ’ব পাৰে দক্ষিণ আফ্ৰিকা

দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ হ’ব পাৰে দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দললৈ নামি আহিছে গভীৰ সংকট। বৃহস্পতিবাৰে দেশৰ চৰকাৰে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ড ‍‘ক্ৰিকেট দক্ষিণ আফ্ৰিকা’ক নিলম্বন কৰিছে।...

WhatsApp Image 2020-09-11 at 10.18.39 AM

PFএকাউন্ট থকাসকলে শীঘ্ৰে লাভ কৰিব ডাঙৰ খৱৰ! বীমাত লাভ কৰিব অধিক ধন

কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন (EPFO)ৰ ছয় কোটিতকৈয়ো অধিক অংশীদাৰীয়ে শীঘ্ৰেই ডাঙৰ খৱৰ লাভ কৰাৰ সম্ভাৱনা আছে। পি এফ একাউন্টৰ ওপৰত লাভ...

বিৰাট কোহলী বৰ্তমানৰ এদিনীয়া ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন : স্মিথ

বিৰাট কোহলী বৰ্তমানৰ এদিনীয়া ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন : স্মিথ

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী বৰ্তমানৰ এদিনীয়া ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন বুলি অভিহিত কৰিছে অষ্ট্ৰেলিয়াৰ ৰান মেচিন ষ্টিভ স্মিথে। বৰ্তমান...

118952934_10157911412143983_1484962273624398555_n

কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ল’লে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যখনত কোভিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ লগতে আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যাও ক্ৰমে বৃদ্ধি পাবলৈ লৈছে। এনে ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে...

WhatsApp Image 2020-09-11 at 8.28.22 AM

LACত উত্তেজনা হ্ৰাস কৰিবলৈ ভাৰত-চীনৰ মাজত পাঁচ সূত্ৰত সহমত; সেনা প্ৰত্যাহাৰৰ বাবে লোৱা হ’ব ক্ষিপ্ৰ ব্যৱস্থা

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ত চলি থকা উত্তেজনাৰ মাজতে ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰীৰ মাজত মস্কোত প্ৰায় আঢ়ৈ ঘন্টা ধৰি বৈঠক...

WhatsApp Image 2020-09-11 at 7.10.02 AM

দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি! ১০০০ চীনা নাগৰিকৰ ভিছা বাতিল কৰিলে আমেৰিকাই

দেশৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই ১০০০ চীনা নাগৰিকৰ ভিছা বাতিল কৰিছে। এই লোকসলৰ চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মিৰ সৈতে গোপন...

WhatsApp Image 2020-09-11 at 6.17.51 AM

কেন্দ্ৰৰ নিৰ্দেশ: এন্টিজেন টেষ্ট নিগেটিভ আহিলেও কৰ’নাৰ লক্ষণ থাকিলে RT-PCR টেষ্ট বাধ্যতামূলক

কৰ’না ৰোগী যাতে চিনাক্ত নোহাৱাকৈ থাকি নাযায় তাৰ বাবে ৰাজ্যসমূহক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে নতুন নিৰ্দেশনা প্ৰেৰণ কৰিছে। যিসকল ব্যক্তিৰ...

Page 2422 of 5027 1 2,421 2,422 2,423 5,027

Recent News