NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

‘মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়াভাবে ঘৰুৱা জাৱৰৰ টোপোলা পেলায়’

‘মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়াভাবে ঘৰুৱা জাৱৰৰ টোপোলা পেলায়’

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জোনালীৰ পৰা ভৰলুমুখলৈ ভৰলু নদীৰ পাৰত কিছুমান ঠাইত গোপনে কেমেৰা সংস্থাপন কৰিছিলে। এই কেমেৰাসমূহে প্ৰায় ৭০০ খনমান...

‘মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদ ঘোষণা কৰিবলৈ শিকাইছিল’: কংগ্ৰেছ নেতাৰ মন্তব্যকলৈ বিতৰ্ক

‘মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদ ঘোষণা কৰিবলৈ শিকাইছিল’: কংগ্ৰেছ নেতাৰ মন্তব্যকলৈ বিতৰ্ক

Shivraj Patil says the Concept of jihad not just in Islam জেহাদৰ কথা কেৱল ইছলামতেই নাই। শ্ৰীমদ্ভাগৱত গীতা আৰু খ্ৰীষ্টান...

Army helicopter crashes in Arunachal Pradesh

অৰুণাচলত পুনৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ: অব্যাহত উদ্ধাৰ অভিযান

অৰুণাচল প্ৰদেশত আজি পুনৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ। ৰাজ্যখনৰ উজনি ছিয়াং জিলাৰ চিংনিঙৰ ওচৰত আজি পুৱা সেনাৰ এই...

Chinese Woman Living As Nepali Monk

দিল্লীত গ্ৰেপ্তাৰ বৌদ্ধ ভিক্ষু ভেশধাৰী চীনা মহিলা: চোৰাংচোৱাৰ সন্দেহ আৰক্ষীৰ

উত্তৰ দিল্লীৰ তিব্বতীয় শৰণাৰ্থী বসতিৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৌদ্ধ ভিক্ষুৰ ৰূপত বাস কৰি অহা এগৰাকী চীনা মহিলাক। চীনা...

Traffic Policeman Fines Another Cop

ভুল হেলমেট পৰিধানৰ শাস্তি: ট্ৰেফিক আৰক্ষীয়ে বিহিলে ট্ৰেফিক আৰক্ষীক জৰিমনা!

যান-বাহন পৰিবহণৰ নিয়ম উলংঘনৰ বাবে সাধাৰণ নাগৰিকক ট্ৰেফিক আৰক্ষীয়ে জৰিমনা বিহা এক সাধাৰণ দৃশ্য। একেদৰে এগৰাকী সাধাৰণ নাগৰিকে ট্ৰেফিক নীতি...

BHU Student Found Hanging

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা: ৱাটছ্এপত সকলোকে বিদায় দি হোষ্টেলৰ কোঠাত আত্মহত্যা ছাত্ৰৰ

বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনাই বিগত কিছুদিন ধৰি উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা কিছুদিনত দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে...

Supreme Court On Delhi Crackers Ban

“মানুহক পৰিষ্কাৰ বায়ুত উশাহ ল’বলৈ দিয়ক, আপোনাৰ ধন মিঠাইতে খৰচ কৰক”

আগন্তুক দিপাৱলী উৎসৱত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ শাসনাধিষ্ঠ আপ চৰকাৰে প্ৰদেশখনত আতচবাজীৰ ব্যৱহাৰৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই...

Geyser explosion

হায়দৰাবাদত শোকাৱহ ঘটনা: গিজাৰ বিস্ফোৰণে প্ৰাণ ল’লে নৱবিবাহিত দম্পতীৰ

বাথৰুমৰ গিজাৰ বিস্ফোৰণৰ ফলত বৃহস্পতিবাৰে প্ৰাণ হেৰুৱাইছে এহাল নৱবিবাহিত দম্পতীয়ে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ লাংগৰ হাউজ অঞ্চলত। আৰক্ষীয়ে...

UK PM Liz Truss

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ পদত্যাগ: পুনৰ চৰ্চাত ঋষি চুনাকৰ নাম

ক্ষমতাত অধিষ্ঠিত হোৱাৰ মাত্ৰ ৪৫ দিনৰ ভিতৰতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে লিজ ট্ৰাছে। শেহতীয়াকৈ গ্ৰহণ কৰা মিনি বাজেট...

Punjab Cop Fires Accidentally

অসাৱধানতাৰ ভয়াৱহ পৰিণতি: আৰক্ষী বিষয়াৰ পিষ্টলৰ গুলীত গুৰুতৰভাৱে আহত দোকানৰ কৰ্মচাৰী

এগৰাকী আৰক্ষী বিষয়াৰ অসাৱধানতাৰ ফলশ্ৰুতিত পঞ্জাৱত আজি সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। আৰক্ষী বিষয়া গৰাকীৰ অসাৱধানতাৰ ফলত তেওঁৰ চাৰ্ভিচ পিষ্টলৰ...

Page 2480 of 6661 1 … 2,479 2,480 2,481 … 6,661

Stay Connected

Recent News