NE NOW NEWS

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

কাশ্মীৰৰ ৰাজনীতিত নতুন পাকঃ গুপকাৰ মিত্ৰজোঁট ত্যাগ কৰিলে নেচনেল কনফাৰেন্সে

কাশ্মীৰৰ ৰাজনীতিত নতুন পাকঃ গুপকাৰ মিত্ৰজোঁট ত্যাগ কৰিলে নেচনেল কনফাৰেন্সে

কাশ্মীৰত বিজেপি বিৰোধী শক্তি হিচাবে পৰগণিত হোৱা গুপকাৰ মিত্ৰজোঁটত আৰম্ভ হৈছে বিসম্বাদ। ফলত মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লৈছে নেচনেল...

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ। দোকানে দোকানে গৈ কংগ্ৰেছ নেতা কৰ্মীৰ সজাগতা সভা। ছত্তীছগড়ৰ বিধায়ক তথা অসম...

বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা কিয় বাদ পৰিল নীতিন গাডকাৰী! শেহতীয়া মন্তব্যই কাল হ’ল নেকি গাডকাৰীৰ বাবে?

আৰএছএছৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে সংসদীয় সমিতিৰ পৰা বাদ দিয়া হৈছিল নীতিন গাডকাৰীক!

দলৰ ভিতৰতে এতিয়া এলাগী হৈ পৰাৰ উপক্ৰম ঘটিছে নীতিন গাডকাৰীৰ। বিজেপিৰ বিৰুদ্ধে বিভিন্ন সময়ত মাত মাতি এতিয়া যেন দলীয় নেতৃত্বৰ...

‘ওপৰৰ হেঁচাৰ বাবেই চিছোদিয়াৰ ঘৰত চিবিআই-এ তালাচী চলাইছে’:  অৰবিন্দ কেজৰিৱাল

দিল্লীত ২০-২৫ কোটি টকাত আপৰ বিধায়কক ক্ৰয় কৰিব বিচাৰিছে বিজেপিয়ে! কাইলৈ দিল্লী বিধানসভাত বিশেষ অধিৱেশন

মহাৰাষ্ট্ৰত ক্ৰয় কৰাৰ দৰেই দিল্লীতো বিজেপিয়ে ২০-২৫ কোটি টকাৰে আপৰ বিধায়কক কিনিব বিচাৰিছে। এই অভিযোগ কৰিছে আপেই। আপৰ চাৰিজন বিধায়কক...

ট্ৰেন্সজেণ্ডাৰসকলৰ বাবে শব্দকোষ প্ৰস্তুত কৰা প্ৰথম খন ৰাজ্যত পৰিণত তামিলনাডু

ট্ৰেন্সজেণ্ডাৰসকলৰ বাবে শব্দকোষ প্ৰস্তুত কৰা প্ৰথম খন ৰাজ্যত পৰিণত তামিলনাডু

ট্ৰেন্সজেণ্ডাৰসকলৰ বাবে শব্দকোষ প্ৰস্তুত কৰা প্ৰথম খন ৰাজ্যত পৰিণত তামিলনাডু ।ইংৰাজীত এলজিবিটিকিউআইএ+ বুলি পৰিচিত ট্ৰেন্সজেণ্ডাৰ লোকসকলক চিহ্নিত কৰিব পৰাকৈ ভাৰতৰ...

বিহাৰৰ আস্থা ভোটত নীতিশ কুমাৰৰ বৃহৎ জয়,, বিজেপিৰ ৱাকআউট

বিহাৰৰ আস্থা ভোটত নীতিশ কুমাৰৰ বৃহৎ জয়,, বিজেপিৰ ৱাকআউট

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আশা কৰা অনুসৰি আস্থা ভোটত জয়ী হৈছে। ইপিনে বুধবাৰে আস্থা ভোটৰ সময়ত বিজেপিয়ে বিধানসভাৰ পৰা ৱাকআউট...

নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপিকা প্ৰৱাসী অসমীয়া জ্যোতিৰ্বিজ্ঞানীৰ জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ প্ৰশংসনীয় উদ্যোগ

নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপিকা প্ৰৱাসী অসমীয়া জ্যোতিৰ্বিজ্ঞানীৰ জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ প্ৰশংসনীয় উদ্যোগ

জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে অসমৰ এগৰাকী প্ৰবাসী বিজ্ঞানীয়ে বিদ্যালয় সমূহত এলানি সজাগতামূলক সভা আয়োজন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।...

প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাৰ বাবে নিয়োজিত হ’ব মুধোল হাউণ্ড কুকুৰ, কি এই মুধোল হাউণ্ড কুকুৰ

প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাৰ বাবে নিয়োজিত হ’ব মুধোল হাউণ্ড কুকুৰ, কি এই মুধোল হাউণ্ড কুকুৰ

মুধোল হাউণ্ড কুকুৰ। ক্ষীণকায় এই কুকুৰবিধে বহু দূৰলৈ খেদি গৈ গ’লেও শত্ৰুক ধৰাশায়ী কৰিব পাৰে। প্ৰায় তিনি কিলোমিটাৰ দূৰৈৰ পৰাই...

Sahitya Akademi Yuva Puraskar Pradyuman Kumar Gogoi

প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা

আজি ঘোষণা কৰা হৈছে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বঁটা বিজয়ীৰ নাম। এই বৰ্ষৰ সাহিত্য অকাডেমিৰ সন্মানীয় যুৱ বঁটা লাভ কৰিছে...

Manish Sisodia

মনীষ চিছ’দিয়াক মুখ্যমন্ত্ৰী পদেৰে প্ৰলোভিত কৰি আপ চৰকাৰ ভঙাৰ চেষ্টা কৰিছে বিজেপিয়ে! অভিযোগ আপ মুখপাত্ৰৰ

মহাৰাষ্ট্ৰত শিৱ সেনা নেতৃত্বাধীন চৰকাৰৰ পতন ঘটোৱাৰ দৰেই দিল্লীৰ আপ চৰকাৰকো উফৰুৱাৰ চেষ্টা চলাইছে বিজেপিয়ে আৰু এই উদ্দেশ্যক সাকাৰ ৰূপ...

Page 2571 of 6666 1 … 2,570 2,571 2,572 … 6,666

Stay Connected

Recent News