BIG BREAKING মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ আগমুহূৰ্তত বিধায়ক ৰূপজ্যোতি কু্ৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান
মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ সময়তে শাসকীয় বিজেপি দলৰ বিধায়ক ৰূপজ্যোতি কু্ৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলোৱাৰ খবৰ পোৱা গৈছে। কাইলৈৰ...














