NE NOW NEWS

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

WhatsApp Image 2022-04-07 at 8.01.01 PM

চাপৰত ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল একে গাওঁৰে তিনি যুৱকৰ, অঞ্চলজুৰি শোকৰ ছাঁ

যোৱা নিশা সংঘটিত এক ভয়াবহ তথা শোকাবহ পথ দুৰ্ঘটনাই জোকাৰি গ’ল সমগ্ৰ চাপৰ অঞ্চল। চাপৰ চহৰৰ মৌৱাটাৰী অঞ্চলৰ ১৭ নং...

Santonu Borthakur

অধ্যক্ষৰ আসনখন

বিধানসভা বা লোকসভাৰ অধ্যক্ষৰ আসনখনৰ মৰ্যাদা আৰু গৰিমা অলপ সুকীয়া। সংসদ হ’ল গণতান্ত্ৰিক ব্যৱস্থাৰ আধাৰ। সংসদ বা বিধানসভাৰ পৰিচালনাৰ দায়িত্ব...

WhatsApp Image 2022-04-07 at 7.09.26 PM

একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে!

এক মৰ্মান্তিক ঘটনা। এজাক কুকুৰৰ আক্ৰমণত মৃত্যু হ’ল এটি আঠ বছৰীয়া শিশুৰ। কুকুৰ জাকৰ পৰা পাঁচ বছৰীয়া ভনীয়েকক বচাবলৈ গৈয়েই...

Wildfire in Palamu Tiger Reserve

পালামু টাইগাৰ ৰিজাৰ্ভ অৰণ্যত ভয়াৱহ বনজুই: জুই নুমুৱাবলৈ গাওঁবাসীৰ সহযোগিতা আহ্বান বন বিভাগৰ

ঝাৰখণ্ডৰ লাতেহাৰৰ পালামু টাইগাৰ ৰিজাৰ্ভৰ মূল অঞ্চলৰ অৰণ্যত বিধ্বংসী বনজুয়ে আৱৰি ধৰিছে। এই ভয়াৱহ বনজুয়ে সমগ্ৰ অঞ্চলটোৰ বনসম্পদৰ বিস্তৰ ক্ষতিসাধন...

Russian paratroopers refused to fight

যুদ্ধ অসহনীয়: যুদ্ধ কৰিবলৈ অমান্তি ৬০ ৰাছিয়ান পেৰাট্ৰুপাৰ; কাৰাবাসৰ শাস্তিৰ সম্ভাৱনা

চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়া অসহনীয় হৈ পৰিছে সৈন্যৰ বাবেও। যুদ্ধই অৱশ কৰি তোলাৰ লগতে মনোবলো ভাঙি পেলাইছে যুদ্ধৰত সৈন্যৰ।...

Asia's first cafe with all HIV positive staff

লক্ষ্য সজাগতা বৃদ্ধি আৰু নিযুক্তি: এইচ.আই.ভি পজিটিভ কৰ্মচাৰীৰে এছিয়াৰ প্ৰথমখন কেফে মুকলি

কলকাতাত মুকলি কৰা হৈছে এখন বিশেষ কেফে। এই কেফেখন পৰিচালনা কৰা সকলো কৰ্মচাৰীয়েই এইচ.আই.ভি পজিটিভ। এইদৰে এই কেফেখন এইচ.আই.ভি পজিটিভ...

bucha-killings-ukrain

বুচাত নিহত ৯০ শতাংশ নাগৰিকক ৰাছিয়ান সেনাই গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় মেয়ৰৰ

ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ সমীপৱৰ্তী বুচা চহৰত ৰাছিয়ান সেনাই চলোৱা  নিধনযজ্ঞত নিহত নাগৰিকসকল বোমাৰ আক্ৰমণত নহয়, বৰঞ্চ তেওঁলোকৰ ৯০শতাংশকে গুলী কৰি...

Indian Olympic Association

পুঁজিৰ অপব্যৱহাৰ: ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতিৰ বিৰুদ্ধে তদন্ত চিবিআই-ৰ

ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ (আইঅএ) সভাপতি নৰিন্দৰ বাত্ৰাৰ বিৰুদ্ধে হকী ইণ্ডিয়াক আৱণ্টন কৰা পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বাত্ৰাৰ বিৰুদ্ধে...

বিমানবাহী ৰণতৰী আইএনএছ বিক্ৰান্ত পুনৰুজ্জীৱিত কৰাৰ নামত কোটি কোটি টকা আত্মস্যাৎ; পুত্ৰসহ বিজেপি নেতাৰ বিৰুদ্ধে দাখিল এজাহাৰ

বিমানবাহী ৰণতৰী আইএনএছ বিক্ৰান্ত পুনৰুজ্জীৱিত কৰাৰ নামত কোটি কোটি টকা আত্মস্যাৎ; পুত্ৰসহ বিজেপি নেতাৰ বিৰুদ্ধে দাখিল এজাহাৰ

জাহাজ আইএনএছ বিক্ৰান্তক পুনৰুজ্জীৱিত কৰি তোলাৰ নামত বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ৫৭ কোটিতকৈও অধিক টকা বিজেপি নেতাগৰাকী আৰু তেওঁৰ...

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ, গণৰোষৰ সন্মুখীন কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ সচিব

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ, গণৰোষৰ সন্মুখীন কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ সচিব

উজনি অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্থ অৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে জনতাৰ মনত উমি উমি জ্বলি থকা...

Page 2781 of 6676 1 … 2,780 2,781 2,782 … 6,676

Stay Connected

Recent News