NE NOW NEWS

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

পুষ্কৰ সিং ধামিয়েই হ’ব উত্তৰাখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

পুষ্কৰ সিং ধামিয়েই হ’ব উত্তৰাখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

উত্তৰাখণ্ডৰ শেহতীয়া নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱাৰ পিছতো প্ৰাৰ্থী পুষ্কৰ সিং ধামিকেই ৰাজ্য খনৰ মুখ্যমন্ত্ৰী পদত পুনৰ বহুৱাবলৈ সিদ্ধান্ত...

কলিয়াবৰত কুকুৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত পহু উদ্ধাৰ

কলিয়াবৰত কুকুৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত পহু উদ্ধাৰ

কলিয়াবৰৰ জমখলাৰ সমীপৱৰ্তী ভোমোৰাগুৰি গাঁৱত আজি উদ্ধাৰ কৰা হয় এটা মতা পহু। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা পহুটোক চাৰিটাকৈ...

ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত কিমানকৈ বাঢ়িল মাচুল?

ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত কিমানকৈ বাঢ়িল মাচুল?

কোভিডে অৰ্থনৈতিকভাবে কোঙা কৰি পেলোৱা ৰাজ্যবাসীৰ মূৰত পুনৰ ৰামটাঙোন শোধাই বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। অসম চৰকাৰৰ...

মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰিলে এন বীৰেণ সিঙে

মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰিলে এন বীৰেণ সিঙে

মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাবে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি এন বীৰেণ সিঙে শপত গ্ৰহণ কৰে। ইম্ফলত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এন বীৰেণ সিঙে...

ৰাজপথত আৰক্ষীৰে হতাহতি: আদালতে মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ জামিন

ৰাজপথত আৰক্ষীৰে হতাহতি: আদালতে মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ জামিন

গুৱাহাটী মহানগৰীত কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে এগৰাকী মটৰচাইকেল আৰোহীক কেমেৰাৰ সন্মুখতে আক্ৰমণ কৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত । পত্নী-সন্তানৰ...

চীনত ১৩৩ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

চীনত ১৩৩ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

এক ভয়ংকৰ বিমান দুৰ্ঘটনা ঘটিছে চীনত। আজি দুপৰীয়া ১৩৩ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান এখন দেশ খনৰ দক্ষিণ-পশ্চিম অংশৰ পাৰ্বত্য...

Article by Tapash Mali

বি.এড,ব্যক্তিগত খণ্ড আৰু শিক্ষাৰ্থী

বৰ্তমান সময়ত শিক্ষকতা বৃত্তিৰ লগত জড়িত হ’ব খোজা প্ৰতিজন ব্যক্তিৰ বাবে চৰকাৰে বি.এড ডিগ্ৰী বাধ্যতামূলক কৰিছে যাৰ ফলত ৰাজ্যৰ বি.এড...

শিৱসাগৰৰ এখন চৰকাৰী বিদ্যালয়ত সন্তানৰ নামভৰ্তি কৰোৱাবলৈ হেতাওপৰা লগাইছে অভিভাৱকে

শিৱসাগৰৰ এখন চৰকাৰী বিদ্যালয়ত সন্তানৰ নামভৰ্তি কৰোৱাবলৈ হেতাওপৰা লগাইছে অভিভাৱকে

শিৱসাগৰৰ এখন বিশেষ বিদ্যালয়। যি খন বিদ্যালয়ত নিজৰ সন্তানক শিক্ষাদান কৰিবলৈ হেতাওপৰা কৰে অভিভাৱকে। দুদিন আগৰে পৰা দিনে- ৰাতিয়ে নামভৰ্তিৰ...

Sarpanch molests 3 girls

একেটা পৰিয়ালৰ তিনি কন্যাক উৎপীড়ন গাঁওবুঢ়াৰ: বাধা দিবলৈ চেষ্টা কৰা কিশোৰীৰ কাটিলে নাক

‘বেটী বচাও, বেটী পঢ়াও’ শীৰ্ষক শ্ল’গান এতিয়া কেৱল কাগজে-পোষ্টাৰেই চৰ্চিত। এই শ্ল’গান আওৰাই দেশৰ কন্যা সকলক আগুৱাই নিয়াৰ যি স্বপ্ন...

Rajya Sabha election

ৰাজ্যসভাৰ প্ৰথমখন আসনৰ বাবে মনোনয়ন দাখিল কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই

আজি ৰাজ্যসভাৰ প্ৰথমখন আসনৰ বাবে বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই মনোনয়ন পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ...

Page 2808 of 6677 1 … 2,807 2,808 2,809 … 6,677

Stay Connected

Recent News