NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

মুম্বাইৰ জুহু অঞ্চলত দেওবাৰে সন্ধিয়া বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰা হয়। ঘটনাটোত অভিনেতাজন গুলীৰ আঘাতৰ পৰা...

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীৰ কনাট প্লেচকে ধৰি বিভিন্ন স্থানত 'ককৰোচ জনতা পাৰ্টী' নামৰ গোটটোৱে সাব্যস্ত কৰা...

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

জীৱন ধাৰণৰ ব্যয় বৃদ্ধি আৰু শিক্ষা খণ্ডৰ বাজেট কৰ্তনৰ বিৰুদ্ধে শনিবাৰে ফ্ৰান্সত অব্যাহত থকা হিংসাত্মক প্ৰতিবাদে এক ভয়ংকৰ ৰূপ ধাৰণ...

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত ঋতুস্ৰাৱজনিত স্বাস্থ্যবিধিক জীৱনৰ মৌলিক অধিকাৰৰ এক অবিচ্ছেদ্য অংশ হিচাপে স্বীকৃতি দিয়া ঐতিহাসিক ৰায়দানটো কাৰ্যকৰী...

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

দশেৰা উৎসৱৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ কেইবাখনো চকত লগোৱা এখন বিশেষ পোষ্টাৰে তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। 'সনাতন ভাৰতৰ...

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

পুৱতি নিশা মধ্যপ্ৰদেশৰ গোৱালিয়ৰ জিলাৰ শীতলা মাতা মন্দিৰৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ধানভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই...

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচন বা ধন দি সদস্যতা গ্ৰহণৰ ব্যৱস্থাৰ আঁৰত শিশুৰ যৌন শোষণ আৰু নিৰ্যাতন-সম্পৰ্কীয় দৃশ্য-শ্ৰাব্য সামগ্ৰী প্ৰচাৰ বা বিতৰণ কৰিব নোৱাৰিব...

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত দুজন অভিযুক্তই জামিন লাভ কৰাৰ পাছতে সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি...

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

অসমত বনভূমিৰ বেদখল আঁতৰাবলৈ পুনৰ বৃহৎ উচ্ছেদ অভিযান চলায় প্ৰশাসনে। গোলাঘাট, নগাঁও আৰু হোজাই জিলাৰ বিভিন্ন অঞ্চলত ১৬ আৰু ১৭...

Page 32 of 6726 1 … 31 32 33 … 6,726

Stay Connected

Recent News