NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

শীতকালীন অধিৱেশন মাজতে ৰাহুল গান্ধীৰ জাৰ্মানী ভ্ৰমণক কটাক্ষ বিজেপিৰ; প্ৰিয়ংকা গান্ধীৰ প্ৰত্যুত্তৰ

শীতকালীন অধিৱেশন মাজতে ৰাহুল গান্ধীৰ জাৰ্মানী ভ্ৰমণক কটাক্ষ বিজেপিৰ; প্ৰিয়ংকা গান্ধীৰ প্ৰত্যুত্তৰ

বিদেশ ভ্ৰমণত পুনৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে এইবাৰ তেওঁ জাৰ্মানীলৈ গৈছে। এই ভ্ৰমণক লৈ...

 ১০০জন বিশিষ্ট ব‍্যক্তিৰ গোহাৰি: দলীয় সংকীৰ্ণতাৰ উৰ্দ্ধলৈ গৈ ৰাইজৰ স্বাৰ্থত সকলো ঐক‍্যবদ্ধ হওক

 ১০০জন বিশিষ্ট ব‍্যক্তিৰ গোহাৰি: দলীয় সংকীৰ্ণতাৰ উৰ্দ্ধলৈ গৈ ৰাইজৰ স্বাৰ্থত সকলো ঐক‍্যবদ্ধ হওক

২০১৪ চনত কেন্দ্ৰত বিজেপিয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশত দেখা দিয়া পৰিস্থিতিক লৈঅসমৰ১০০গৰাকীবিশিষ্ট নাগৰিকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এশগৰাকী...

অষ্ট্ৰেলিয়াত ঐতিহাসিক সিদ্ধান্ত: ১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি ১০টা সামাজিক মাধ্যমত

অষ্ট্ৰেলিয়াত ঐতিহাসিক সিদ্ধান্ত: ১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি ১০টা সামাজিক মাধ্যমত

নিষেধাজ্ঞা অষ্ট্ৰেলিয়াত আজি অৰ্থাৎ ১০ ডিচেম্বৰৰ পৰা এক ঐতিহাসিক নতুন নিয়ম কাৰ্যকৰী হৈছে। এই আইনৰ অধীনত ১৬ বছৰৰ তলৰ শিশুৱে...

আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত ৰঘুৰাম ৰাজনৰ গুৰুত্বপূৰ্ণ মন্তব্য…

আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত ৰঘুৰাম ৰাজনৰ গুৰুত্বপূৰ্ণ মন্তব্য…

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত...

মাজনিশাৰ গুৱাহাটীৰ চহোম এম্প’ৰিয়াত ভয়ংকৰ অগ্নিকাণ্ড :  জুইত জাহ গ’ল ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা

মাজনিশাৰ গুৱাহাটীৰ চহোম এম্প’ৰিয়াত ভয়ংকৰ অগ্নিকাণ্ড :  জুইত জাহ গ’ল ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা

গুৱাহাটীত যোৱা মঙলবাৰে মাজনিশা এ বি চি অঞ্চলত থকা চহোম এম্প'ৰিয়া নামৰ বহু মহলীয়া বাণিজ্যিক ভৱনটোত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত...

তিনি দশক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰা হ’ল কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা জাভেদ মিৰক

তিনি দশক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰা হ’ল কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা জাভেদ মিৰক

জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদৰ শিপা উভালি পেলাবলৈ নিৰাপত্তা বাহিনীয়ে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। তিনি দশক পুৰণি এটা গোচৰত মঙলবাৰে উপত্যকাটোৰ...

ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰত ডেৰ লাখ কোটি টকা বিনিয়োগ কৰিব মাইক্ৰ’ছফ্টে : মোদীৰ সৈতে সাক্ষাতৰ পিছত ঘোষণা চিইঅ’ৰ

ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰত ডেৰ লাখ কোটি টকা বিনিয়োগ কৰিব মাইক্ৰ’ছফ্টে : মোদীৰ সৈতে সাক্ষাতৰ পিছত ঘোষণা চিইঅ’ৰ

ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰত মাইক্ৰ’ছফ্টে বৃহৎ বিনিয়োগ কৰিবলৈ সাজু হৈছে। বিশ্বৰ অন্যতম শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে যে তেওঁলোকে ভাৰতত...

ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ নিয়ম প্ৰণয়ন: কেনে ধৰণৰ প্ৰভাৱ পৰিব গ্ৰাহকৰ ওপৰত

ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ নিয়ম প্ৰণয়ন: কেনে ধৰণৰ প্ৰভাৱ পৰিব গ্ৰাহকৰ ওপৰত

 ভাৰতীয় বেংকিং খণ্ডত গ্ৰাহকৰ সুবিধা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে নতুন নিয়ম প্ৰণয়ন কৰি আহিছে। শেহতীয়াকৈ...

ইণ্ডিগ’ৰ ওপৰত কেন্দ্ৰৰ কঠোৰ ব্যৱস্থা : দৈনিক ১০% বিমান বাতিলৰ নিৰ্দেশ

ইণ্ডিগ’ৰ ওপৰত কেন্দ্ৰৰ কঠোৰ ব্যৱস্থা : দৈনিক ১০% বিমান বাতিলৰ নিৰ্দেশ

ইণ্ডিগ' বিমান সেৱাত হোৱা ব্যাপক খেলিমেলিৰ ফলত যাত্ৰীসকলে সপ্তাহজোৰা দুৰ্ভোগ ভুগাৰ পিছত অৱশেষত কেন্দ্ৰীয় চৰকাৰে দেশৰ এই বৃহৎ বিমান সংস্থাটোৰ...

পক্ষপাতদুষ্ট ব্যৱহাৰ! এইবাৰ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিৰোধীৰ

পক্ষপাতদুষ্ট ব্যৱহাৰ! এইবাৰ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিৰোধীৰ

এইবাৰ বিৰোধীয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি আৰ স্বামীনাথনৰ বিৰুদ্ধে ‘অভিযোগ’ৰ প্ৰস্তাৱ আনিছে। মঙলবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে লোকসভাৰ অধ্যক্ষ ওম...

Page 449 of 6577 1 448 449 450 6,577

Stay Connected

Recent News