ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?
জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম চৰকাৰে। অলপতে হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে এই...












