Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

IMG_20190820_161139 (2)

‘বিটিচিত আহিছে চুনামি, নৱ শৰণীয়াৰ পাৰ্টীৰ আগত যিয়েই আহক চুৰমাৰ হৈ যাব’

সমাগত বিটিআৰৰ নিৰ্বাচন, তাক লৈ এতিয়া তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হৈছে বিভিন্ন ৰাজনৈতিক দল সংগঠন। বিশেষকৈ বিপিএফ, যুপিপিএল, আৰু জিএছপি নেতৃত্বৰ...

Piyush Hazarika

অসমত এতিয়ালৈ এজনো কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই : সংবাদমেলত পীযুষ হাজৰিকা

অসমৰ পৰা ভূটানলৈ যোৱা বিদেশী পৰ্যটকৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত কৰ’না ভাইৰাছ সম্পৰ্কে এখন সংবাদমেল অনুষ্ঠিত কৰে...

b88c05c2-d8f7-4ab4-9a64-ae3e148c948c

ৰাজ্যসভাৰ নিৰ্বাচন : সন্মানৰ যুঁজ; আত্মসন্মানৰ প্ৰশ্ন!

ৰাজ্যসভাৰ নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই শাসক-বিৰোধী মন্ত্ৰী-বিধায়কৰ মাজত যেন বাক বিতণ্ডা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইতিমধ্যে বিজেপিয়ে দুখন আসনত জয়ী...

Lawwww

উন্নত চিকিৎসাৰ অভাৱত অখিল; মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল আইন ছাত্ৰ সন্থাৰ

যোৱা কিছুদিন ধৰি কাৰাগাৰৰ ভিতৰত কৃষক নেতা অখিল গগৈ অসুস্থ হৈ আছে যদিও তেওঁক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি নকৰাই...

Akhil Gogoi

অখিল গগৈৰ কিডনিত পাথৰ, খাদ্য নলীত ঘাঁ; জিএমচিএইচত পৰীক্ষাৰ অন্তত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ

কাৰাগাৰৰ ভিতৰতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আজি স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...

3434decd-0f57-459a-8505-c973c16be05d

পুনৰ অসুস্থ অখিল গগৈ; চিকিৎসাৰ বাবে অনা হৈছে জি এম চি এইচলৈ

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা কাৰাবন্দী কৃষক নেতা অখিল গগৈক আজি উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ অনা হৈছে। জানিব পৰা...

34391ee9-d350-4e5e-81e5-60a91b13137f

আছুৱে নোৱাৰিলে! ৰাজনৈতিক বিকল্পৰ বাবে সাজু কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থা

কিছুদিন আগলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজনৈতিক বিকল্প শক্তিৰ চৰ্চা চলি আছিল; কিন্তু এতিয়া সেই চৰ্চা নোহোৱা হ’ল। তাৰ...

BJP Joins story

বিজেপিত যোগদান সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰেম তামাঙৰ

বিজেপিৰ পৰা দলৰ প্ৰাক্তন নেতা আৰ পি শৰ্মা আটৰি গৈ কংগ্ৰেছত যোগদান কৰাৰ পাছত আজি ৰাজ্যিক বিজেপিত যোগদান কৰে সদৌ...

ভবেন সন্দিকৈ

কা বিৰোধী জাতীয় সংগঠনৰ নেতাক সোধপোচৰ বাবে তলব আৰক্ষীৰ অপৰাধ শাখাৰ

কা বিৰোধী জাতীয় সংগঠনৰ নেতাক সোধপোচৰ বাবে আজি তলব কৰে অসম আৰক্ষীৰ অপৰাধ শাখাই। পানবজাৰস্থিত আৰক্ষীৰ অপৰাধ শাখাত আজিৰ দিনটোত...

Akhil Gogoi

অসুস্থ অখিল গগৈৰ চিকিৎসালয়ৰ পৰিৱৰ্তে কাৰাগাৰৰ ভিতৰতে চলিছে চিকিৎসা; অসন্তুষ্ট কৃষক মুক্তি সংগ্ৰাম সমিতি

কাৰাবন্দী কৃষক নেতা অখিল গগৈ অসুস্থ হৈ পৰাৰ পাছতো তেওঁক উন্নত চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ কোনো দিহা বৰ্তমানলৈ কৰা...

Page 188 of 317 1 187 188 189 317

Stay Connected

Recent News