Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

‘জাতিধ্বংসী’ বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰি পুনৰ আটক হ’ল অখিল গগৈ আৰু শতাধিক প্ৰতিবাদকাৰী

‘জাতিধ্বংসী’ বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰি পুনৰ আটক হ’ল অখিল গগৈ আৰু শতাধিক প্ৰতিবাদকাৰী

আজিৰে পৰা ‘জাতিধ্বংসী’ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে অভিযান আৰম্ভ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ...

3ee9d288-d2bb-401e-bf12-f447df52eb4f

পলিউশ্যন টেষ্টিং চেন্টাৰত ব্যাপক দুৰ্নীতি; ৮৫ টকা মাচুলৰ সলনি গ্ৰাহকৰ পৰা লৈছে ৫০০ টকা

মহানগৰীত প্ৰদূষণ প্ৰমাণপত্ৰ প্ৰদানৰ নামত একাংশ প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰত চলিছে চৰম অনীতি। অভিযোগ অনুসৰি কিছুমান কেন্দ্ৰৰ পৰিচালকসকলে এই কেন্দ্ৰসমূহত...

কলকাতাৰ বোৱাৰী হ’বগৈ ‘জানমণি’; আজি গাত সানিলে মাহ-হালধি

কলকাতাৰ বোৱাৰী হ’বগৈ ‘জানমণি’; আজি গাত সানিলে মাহ-হালধি

অসমৰ জীয়ৰী হ'বগৈ কলকাতাৰ বোৱাৰী। অসমৰ জানমণি বুলি খ্যাত শ্যামন্তিকা শৰ্মাই গাত সানিলে মাহ হালধি। আজি বিবাহকাৰ্য্য সম্পন্ন হয় অভিনেত্ৰী...

Press meet

গাঁও, চহৰ, চৰত গোঁহাৰি বিলাই কাইলৈ মেঘদূত ভৱনৰ পৰা আৰম্ভ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাগৰিকত্ব বিধেয়ক বিৰোধী অভিযান

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। গগৈয়ে বিজেপিয়ে শাসনলৈ...

মা কামাখ্যাৰ আশীৰ্বাদ লৈ ‘ৰত্নাকৰ’ৰ শেষ প্ৰচাৰ চলালে টিম ৰত্নাকৰে

মা কামাখ্যাৰ আশীৰ্বাদ লৈ ‘ৰত্নাকৰ’ৰ শেষ প্ৰচাৰ চলালে টিম ৰত্নাকৰে

মা কামাখ্যাৰ আশীৰ্বাদ লৈ ৰত্নাকৰৰ শেষ প্ৰচাৰ চলালে টিম ৰত্নাকৰে। কাইলৈ অৰ্থাৎ ১১ অক্টোবৰত ৰাজ্যৰ সকলো চলচ্চিত্ৰ গৃহত মুক্তি লাভ...

Tree couple's marriage anniversary held in Guwahati

বাল্যকালতে বিয়াত বহা দুই বৃক্ষৰ যুগ্ম জীৱনৰ ১৬টা বছৰত প্ৰৱেশ ||গুৱাহাটী

গুৱাহাটীত বাল্যকালতে বিবাহপাশত আবদ্ধ হোৱা দুই বৃক্ষই বুধবাৰে ভৰি দিছে যুগ্ম জীৱনৰ ষষ্ঠদশ বছৰত। ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ...

২০১৪ তে ম্যাদ ওকলিছিল নিপক’ৰ বিস্ফোৰিত পাইপলাইনৰ : অভিযোগ কংগ্ৰেছৰ

২০১৪ তে ম্যাদ ওকলিছিল নিপক’ৰ বিস্ফোৰিত পাইপলাইনৰ : অভিযোগ কংগ্ৰেছৰ

সোমবাৰে নীপক’ পৰিচালিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইনৰ বিস্ফোৰণৰ আঁৰৰ ৰহস্য উদঘাটন কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে। ২০১৪...

গুৱাহাটীত ASTCৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়াৰ আত্মহত্যা; পৰিয়ালৰ মতে বিভাগ দায়ী

গুৱাহাটীত ASTCৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়াৰ আত্মহত্যা; পৰিয়ালৰ মতে বিভাগ দায়ী

দুৰ্গা পূজাৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত আৰ্থিক অনাতনত ভূগি ৰাজ্যিক পৰিবহণ নিগম (ASTC)ৰ এগৰাকী প্ৰাক্তন গাণনিক বিষয়ায়ে যোৱা নিশা বাচি...

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ২৯ খনকৈ চুৰি বাইক জব্দ

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ২৯ খনকৈ চুৰি বাইক জব্দ

পূজাৰ বতৰত গুৱাহাটী ৰে'লৱে ষ্টেশ্যনত উঠিছে বাইকৰ উজান। ৰে’লৱে আৰক্ষীয়ে আজি পুৱা প্ৰায় ১১ বজাত এক অভিযান চলাই ৰে’লৱে ষ্টেশ্যনৰ...

প্ৰসংগ : শিশু নিৰ্যাতন; ফেইচবুকত কল্পনা পাটোৱাৰীৰ চাঞ্চল্যকৰ ভিডিঅ’ই সৃষ্টি কৰিছে বিতৰ্কৰ||Video||

প্ৰসংগ : শিশু নিৰ্যাতন; ফেইচবুকত কল্পনা পাটোৱাৰীৰ চাঞ্চল্যকৰ ভিডিঅ’ই সৃষ্টি কৰিছে বিতৰ্কৰ||Video||

অসমৰ পৰা গৈ ভোজপুৰী সংগীতৰ জৰিয়তে মুম্বাইত প্ৰতিষ্ঠা লাভকৰা কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে আজি পুৱা প্ৰায় ৯ বজাত ফেইচবুকযোগে এটা চাঞ্চল্যকৰ...

Page 224 of 317 1 223 224 225 317

Stay Connected

Recent News