বাণিজ্য

ক’ত লাগিল জগৰ? ভাৰত, চীন, ৰাছিয়া, ব্ৰাজিলৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপৰ হুংকাৰ ট্ৰাম্পৰ

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ড’নাল্ড ট্ৰাম্পে ব্ৰিকছ দেশসমূহক পোনপটীয়াকৈ ভাবুকি দিছে। আন্তঃৰাষ্ট্ৰীয় লেনদেনত তেওঁলোকে আমেৰিকান ডলাৰক আঁতৰাবলৈ...

Read moreDetails

ছেবিত এক নতুন নিযুক্তি প্ৰক্ৰিয়াক লৈ আপত্তি তুলিলে সংস্থাটোৰ বিষয়াসকলে!

ছেবিৰ অধ্যক্ষ মাধৱী পুৰি বুচৰ বিৰুদ্ধে কিছু চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে সেই অভিযোগ মাধৱীয়ে অস্বীকাৰ কৰি আহিছে। ইয়াৰ মাজতে...

Read moreDetails

বিগত দুবছৰত সৰ্বনিম্ন দেশৰ জিডিপি বৃদ্ধিৰ হাৰ; ৫.৪ শতাংশলৈ পালে হ্ৰাস

ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ্ৰাস পাইছে। শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰে এনে এক প্ৰতিবেদন। য’ত দাবী কৰা হৈছে যে...

Read moreDetails

উৎকোচ গোচৰত সৰৱ বিৰোধী, তাৰমাজতে আদানিৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কেৰালাৰ বাওঁ চৰকাৰৰ

উৎকোচক লৈ আদানিৰ বিৰুদ্ধে সৰৱ বিৰোধী ইণ্ডিয়া ব্লক। কংগ্ৰেছৰ লগতে মিত্ৰ দলসমূহেও আদানিক লক্ষ্য কৰি লৈছে। ইপিনে, কেৰালাৰ বাওঁ মৰ্চাৰ...

Read moreDetails

বিমুদ্ৰাকৰণেও বন্ধ কৰিব পৰা নাই জালিয়াতি; পাঁচ বছৰত ৩০০ শতাংশ বৃদ্ধি পালে জাল নোট

কেন্দ্রীয় চৰকাৰ আৰু ৰিজার্ভ বেংকে দেশত জাল নোট প্রতিৰোধৰ বাবে যিমানেই ব্যৱস্থা গ্রহণ নকৰক কিয়, বাস্তৱ পৰিস্থিতিৰ পৰা অনুমান কৰিব...

Read moreDetails

বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আদানি গ্ৰুপে দিয়া ১০০ কোটি টকা ওভোতাই দিলে তেলেংগানা চৰকাৰে

উৎকোচ কেলেংকাৰীৰ অভিযোগত অস্থিৰ হৈ পৰিছে আদানি গোষ্ঠী। তদুপৰি, আদানিৰ বিৰুদ্ধে আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰিছে। এনে পৰিস্থিতিত তেলেংগানাৰ কংগ্ৰেছ...

Read moreDetails

এইবাৰ পান কাৰ্ডত সংযোজন হ’ব QR ক’ড;  মোডীৰ কেবিনেট বৈঠকত লোৱা হৈছে সিদ্ধান্ত

পান কাৰ্ডতো এতিয়াৰে পৰা QR ক’ড থাকিব। সোমবাৰে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ নাম দিছে পান ২.০...

Read moreDetails

আমেৰিকাৰ আদালতৰ পিছত এইবাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়তো আদানিৰ বিৰুদ্ধে নতুন গোচৰ

বিপদে যেন লগ এৰা নাই গৌতম আদানিৰ। ইয়াৰ পূৰ্বে ছেবি আৰু উচ্চতম ন্যায়ালয়ৰ পৰা হিণ্ডেনবাৰ্গ বিতৰ্কত ‘ক্লিন চিট’ পাইছিল। অৱশ্যে...

Read moreDetails

আদানিৰ ঘৰলৈ আহিল আমেৰিকাৰ SEC-ৰ চমন নটিছ; উৎকোচৰ গোচৰত এইবাৰ কি হ’ব গৌতমৰ?

উৎকোচ গোচৰত আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানি আৰু তেওঁৰ ভতিজাক সাগৰলৈ চমন জাৰি কৰা হৈছে। নিউয়ৰ্ক আদালতৰ জৰিয়তে প্ৰেৰণ কৰা...

Read moreDetails

বিতৰ্কৰ বাবে আদানি গ্ৰুপৰ সৈতে চুক্তি বাতিল কেনিয়াৰ; বাংলাদেশেও বৃদ্ধি কৰিব পাৰে চাপ

আমেৰিকাত জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাৰ বাবে দেশ-বিদেশত আদানি গোষ্ঠী চাপত পৰিছে। ইতিমধ্যে গৌতম আদানিক গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈছে দেশৰ বিৰোধী...

Read moreDetails
Page 52 of 150 1 … 51 52 53 … 150

Stay Connected

Recent News