বাণিজ্য

এদিনতে ২২৩কোটি টকাৰ ব্যৱসায় কৰি ‘বাহুবলী-২’ৰ অভিলেখ ভংগ কৰিলে ৰাজামৌলিৰ RRR-য়ে

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অৱশেষত মুক্তি পাইছে ৰাজামৌলিৰ আন এখন বিগ বাজেটৰ ছবি ‘RRR’য়ে। ২৫মাৰ্চত মুক্তি পোৱা ছবিখনে এদিনতে বিশ্বজুৰি ২২৩কোটি...

Read moreDetails

মধ্যবিত্তৰ মূৰত মাধমাৰ! পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ ১ এপ্ৰিলৰ পৰা বাঢ়িব ঔষধৰ দাম

মধ্যবিত্তৰ মূৰত মাধমাৰ শোধাই সুখনিদ্ৰাত পৰিছে চৰকাৰ। পুনৰ চিন্তা বৃদ্ধি কৰি ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম। পেট্ৰ’ল-ডিজেল,...

Read moreDetails

বিহু নাচৰ কৰ্মশালাৰ সমান্তৰালকৈ এতিয়া ঢোল প্ৰস্তুত কৰা শিল্পীৰ দোকানতো বাঢ়িছে ব্যস্ততা

হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ এতিয়া গাঁৱে-ভূঞে, চহৰে-নগৰে সীমাহীন ব্যস্ততা। বিহু নাচ, বিহু গীতৰ সমান্তৰালকৈ এতিয়া লোক বাদ্য ঢোল প্ৰস্তুত কৰা...

Read moreDetails

কাৰ ষড়যন্ত্ৰত নীৰৱে উচুপিছে শুৱালকুছিৰ শিপিনীয়ে?

বস্ত্ৰনগৰী শুৱালকুছিয়ে আজি বিনাইছে। ভাৰত বিখ্যাত বস্ত্ৰনগৰী আজি কি অৱস্থাত আছে আপুনি জানেনে? বস্ত্ৰনগৰীত আজি স্তব্ধপ্ৰায় বহু তাঁতশাল। শুৱালকুছিৰ বহু...

Read moreDetails

পৰিৱৰ্তন! ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পৰিৱৰ্তনৰ কথা কৈ অহা মোদীৰ চৰকাৰে ৰন্ধন গেছৰ দামৰ লক্ষ্যণীয় পৰিৱৰ্তন ঘটালে। চৰকাৰে...

Read moreDetails

অসমৰ বজাৰলৈ আহিল জেলেনস্কি

ৰাছিয়াৰ আক্ৰমণৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি মুখ্যতঃ তেওঁৰ সাহসিকতা আৰু প্ৰতিশ্ৰুতিৰ বাবে পৃথিৱীৰ এগৰাকী অতি দৃঢ়মনা নেতা হিচাপে পৰিচিত...

Read moreDetails

জানি থওক, কিমান বছৰৰ পুৰণি গাড়ী-বাইকৰ বাবে পঞ্জীয়ন খৰচ পৰিব ৮ গুণ অধিক!

নতুন ইঞ্জিনযুক্ত গাড়ীৰ প্ৰসাৰ তথা পৰিৱেশ অনুকুল পৰিবহনৰ লক্ষ্য আগত ৰাখি যানবাহনৰ সুৰক্ষা নিশ্চিত কৰিব বিচৰা হৈছে। সেয়ে, অধিক পুৰণি...

Read moreDetails

বহিৰাগত গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচাৰে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ প্ৰচেষ্টা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ

বহিৰাগত গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচাৰে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগতে কলিয়াবৰ শিপিনী গাঁও হিচাপে...

Read moreDetails

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ! গোৱালপাৰাৰ বজাৰত পাইকাৰী ব্যৱসায়ীৰ লুণ্ঠন

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধখনে প্ৰায় দহটা দিন অতিক্ৰম কৰিলে৷ এই যুদ্ধৰ বতৰাই বিশ্ববাসীক আতংকিত কৰি ৰখাৰ সময়তে...

Read moreDetails

ৰামদেৱৰ ‘পতঞ্জলি’ৰ ‘ৰুচি ছয়া’ক ধনী কৰিবলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰিব খুজিছে মোদী চৰকাৰে- প্ৰদ্যুৎ বৰদলৈ

ৰামদেৱৰ ‘পতঞ্জলি’ৰ ‘ৰুচি ছয়া’ক ধনী কৰিবলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰিব খুজিছে মোদী চৰকাৰে। বৃহস্পতিবাৰে এক সংবাদমেলত এইদৰে দাবী কৰে কংগ্ৰেছ...

Read moreDetails
Page 86 of 147 1 … 85 86 87 … 147

Stay Connected

Recent News