শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ উদ্ভাৱনী কৰ্মশালা

গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অহা ৪ ফেব্ৰুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ উদ্ভাৱন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ আঞ্চলিক প্ৰশিক্ষণ অধিবেশন অনুষ্ঠিত হ’ব। শিক্ষা...

Read moreDetails

থলুৱা উদ্যোগক বিশ্বমুখী কৰাৰ লক্ষ্যৰে ‘GUenARK 2026’ শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ

থলুৱা উদ্যোগ খণ্ডক শক্তিশালী আৰু সুসংগঠিত ৰূপত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচী আৰম্ভ হৈছে। উদীয়মান...

Read moreDetails

শিক্ষকক পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা ৰেহাই দি নিয়মীয়া পাঠদানৰ দাবী এছ এফ আইৰ

ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI), অসম ৰাজ্যিক কমিটিয়ে। এক বিবৃতিত সংগঠনটোৱে অভিযোগ...

Read moreDetails

“বাঘ হাজৰিকাই যুঁজা নাছিল শৰাইঘাটৰ যুদ্ধ!” মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, সলনি হ’ব ৰাজ্যৰ বুৰঞ্জীৰ পাঠ্যপুথি

অসমৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ ইতিহাস পাঠ্যক্ৰম সংশোধন কৰা হ’ব বুলি শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমান...

Read moreDetails

‘শিক্ষাৰ আৰু প্ৰয়োজন নাই’, পৰিয়ালৰ বোজা ব’বলৈ বিদ্যালয় এৰিছে দেশৰ ৪৪ শতাংশ শিশু-কিশোৰে

মোডী যুগত দেশত ওলোটা পুৰাণ। কাৰণ দেশৰ ১৪ৰ পৰা ১৮ বছৰ বয়সৰ শিশু তথা কিশোৰ-কিশোৰীৰ এটা অংশই অনুভৱ কৰে যে...

Read moreDetails

‘স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমি পিছুৱাই গৈছো?’ UGC-ৰ নতুন নিয়মত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

বিশ্ববিদ্যালয় অনুদান আয়োগে জাৰি কৰা নতুন নিয়মক লৈ (UGC Equity Rules Stayed By Court) দেশজুৰি প্ৰতিবাদৰ মাজতে উচ্চতম ন্যায়ালয়ে সেই...

Read moreDetails

কিয় কলেজ এৰিছে ল’ৰাবিলাকে? পোহৰলৈ আহিছে শিক্ষা ব্যৱস্থাৰ এক ভয়ানক ছবি

অসমৰ উচ্চ শিক্ষা ক্ষেত্ৰত শেহতীয়াকৈ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে। গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰেন্দ্ৰ কলিতাই ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ...

Read moreDetails

অৰণ্যৰ পৰা কাঁহীখনলৈ: অসমৰ হেৰাই যোৱা খাদ্য-সংস্কৃতিৰ পুনৰুদ্ধাৰৰ সংকল্প

এইবাৰৰ গণতন্ত্ৰ দিৱসত গুৱাহাটী মহানগৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আত্মাস্বৰূপ থলুৱা খাদ্য-সম্ভাৰৰ ওপৰত এক বৈপ্লৱিক আলোচনাৰ সাক্ষী হ'বলৈ সাজু হৈছে। ২০২৬ চনৰ ২৬...

Read moreDetails

দিব্যাংগ কোটাত মেডিকেলত নামভৰ্তি কৰিবলৈ যুৱকে কাটিলে নিজৰেই ভৰি; সজালে আক্ৰমণৰ কাহিনী

উত্তৰ প্ৰদেশৰ জৌনপুৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ঘটিছে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে দিব্যাংগ কোটা ব্যৱহাৰ কৰি এম বি...

Read moreDetails

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰা আৰু বিজ্ঞানৰ সমন্বয় বিষয়ত বিশেষ আন্তঃৰাষ্ট্ৰীয় ‎সন্মিলন সম্পন্ন

গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত যোৱা ২২ আৰু ২৩ জানুৱাৰীত এখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ‎সন্মিলন অনুষ্ঠিত হৈ যায়। এই সন্মিলনৰ মূল বিষয়...

Read moreDetails
Page 31 of 245 1 … 30 31 32 … 245

Stay Connected

Recent News