শিক্ষা

JEE Mains 2024 result: ৫৬ জন শিক্ষাৰ্থীয়ে লাভ কৰিলে ১০০ শতাংশ নম্বৰ; jeemain.nta.ac.inত চাব পাৰিব নম্বৰ

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (NTA) ছেকেণ্ড ছেছনৰ ফলাফল ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাত অৱতীৰ্ণ হোৱা ৮.২ লাখ ছাত্ৰ-ছাত্ৰীৰ ফলাফল ঘোষণা কৰে।...

Read moreDetails

নিৰ্বাচনত জিকিলে পুনৰ খোলা হ’ব বন্ধ কৰি দিয়া ৭৫০ খন মাদ্ৰাছা : বদৰুদ্দিন আজমল

নিৰ্বাচনত জয়ী হ’লে অসমত চৰকাৰে বন্ধ কৰি দিয়া ৭৫০ খন মাদ্ৰাছা পুনৰ খোলা হ’ব বুলি দাবী কৰিছে অল ইণ্ডিয়া ইউনাইটেড...

Read moreDetails

মেট্ৰিকত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফল : স্থানপ্ৰাপ্তৰ তালিকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাফল্য

“শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় স্বৰূপ উদঙাই দিছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪ লাখ ১৯...

Read moreDetails

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ১০০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে লাভ কৰিলে এগৰাকী মহিলা উপাচাৰ্য

১০০ বছৰৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে এগৰাকী মহিলা উপাচাৰ্য। প্ৰথমবাৰৰ বাবে এই বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ আসনত...

Read moreDetails

উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ শীৰ্ষ স্থানপ্ৰাপকক উপহাস একাংশৰ!তথাপিও নীৰৱে সাধনা ছাত্ৰীগৰাকীৰ

উত্তৰ প্ৰদেশৰ সীতাপুৰৰ কিশোৰী প্ৰাচী নিগমে ৯৮.৫ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত শীৰ্ষ স্থান দখল কৰে।...

Read moreDetails

ৰাষ্ট্ৰ-বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ! TISS,মুম্বাইৰ দলিত ছাত্ৰক নিলম্বন

মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সে দলিত পিএইচডিৰ এগৰাকী ছাত্ৰক দুবছৰৰ বাবে অসৎ আচৰণ আৰু ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ অভিযোগত নিলম্বন...

Read moreDetails

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ, শীৰ্ষ ৩ টা স্থানত কোন ৫ গৰাকী শিক্ষাৰ্থী?

আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ...

Read moreDetails

HSLC Result: আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল; ক’ত, কেনেকৈ চাব ৰিজাল্ট?

আজি (২০ এপ্ৰিল,২০২৪) ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ’ব ফলাফল। ছেবাই এক জাননী...

Read moreDetails

স্কুলত বহি ফেচিয়েলত ব্যস্ত প্ৰধান শিক্ষয়ত্ৰী; কামুৰি তেজ উলিয়াই দিলে ফটো তোলা সহপাঠী শিক্ষয়ত্ৰীৰ

ক্লাছ আৰু কৰ্তব্য এৰি প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে স্কুলৰ পাকঘৰত বহি ‘ফেচিয়েল’ কৰি আছিল। এগৰাকী সহকাৰী শিক্ষয়ত্ৰীয়ে ঘটনাৰ ভিডিঅ’ লোৱাত প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে...

Read moreDetails

আই আই আই টি-গুৱাহাটীৰ সঞ্চালক হিচাপে কাৰ্যকাল সামৰিলে অধ্যাপক গৌতম বৰুৱাই

অসমৰ ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই আই টি) গুৱাহাটীৰ সঞ্চালক হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰিলে অধ্যাপক গৌতম বৰুৱাই। আই আই...

Read moreDetails
Page 90 of 242 1 89 90 91 242

Stay Connected

Recent News