বিশ্ব বক্সিং প্ৰতিযোগিতাত দুবাৰকৈ পদক বিজয়ী লাভলিনা বৰগোঁহাইৰ শৰীৰত বৃহস্পতিবাৰে কৰ’না ভাইৰাছ পজিটিভ ধৰা পৰিছে। এক প্ৰশিক্ষণ তথা প্ৰতিযোগিতাৰ বাবে...
Read moreDetailsবাঘৰ নেগুৰেৰে কাণ খজুৱাবলৈ কোনে সাহস কৰিব বাৰু? নিশ্চয়কৈ জীৱন্ত বাঘ এটাৰ নেগুৰেৰে কাণ খজুৱাবলৈ গৈ কোনেও বিপদ মাতি নানে।...
Read moreDetailsক’ৰ’ণা ভাইৰাছকলৈ বিশ্বৰ বিজ্ঞানীসকলে নিৰন্তৰ গৱেষণা অব্যাহত ৰাখিছে। গৱেষণাৰ ফলাফল ভিত্তিতে বিজ্ঞানীসকলে এই বুলি মন্তব্য কৰি আহিছে যে এবাৰ ক’ৰ’ণাত...
Read moreDetailsসমাগত শাৰদীয় দুৰ্গোৎসব। ক'ৰ'ণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে এইবাৰ দুৰ্গা পূজাত উৎসাহ উদ্দীপনা নাথাকিব যদিও দুৰ্গা পূজা পতাত কোনো বাধা...
Read moreDetailsJohnson & Johnsonৰ কৰ’না ভেকচিনৰ ট্ৰায়েল সাময়িকভাৱে স্থগিত ৰখা হৈছে। ভেকচিন লোৱাৰ পাছতে এজন স্বেচ্ছাসেৱক অসুস্থ হৈ পৰাৰ পাছত কোনো...
Read moreDetailsবিশ্বৰ মানৱ জাতিৰ বাবে সম্পূৰ্ণ নতুন ভাইৰাছ ক’ৰ’ণা ভাইৰাছকলৈ নিত্য-নতুন তথ্য পোহৰলৈ আহি আছে। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা...
Read moreDetailsশৰীৰৰ অতিৰিক্ত ওজনেই হৈছে বিভিন্ন ৰোগৰ কাৰণ। সেয়েহে ওজন কমোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ বাবে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কিছু...
Read moreDetailsসুস্বাস্থ্যৰ বাবে বিবাহিত জীৱন এতিয়া জৰুৰী হৈ পৰিছে। মহামাৰীৰ বৰ্তমান সংকটৰ সময়ত এইটোৱে সত্য প্ৰমানিত হ’বলৈ গৈছে। নতুন এক গৱেষণা...
Read moreDetailsকৰ’না ভাইৰাছ সংকটৰ মুখামুখি হোৱাৰ পাছতো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সম্পূৰ্ণ উদাসীন হৈ আছে। ডোনাল্ড ট্ৰাম্পক দায়িত্বজ্ঞানহীন বুলি অভিহিত কৰিছে...
Read moreDetailsকোভিড-১৯ পজিটিভ হৈ যোৱা ২৬ আগষ্টৰ পৰাই নিগেটিভ হোৱাৰ পাছতো শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd