আন্ত: ৰাষ্ট্ৰীয়

খৰচ বহুত! অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমানৰ ব্যৱহাৰ বন্ধ কৰিলে ট্ৰাম্প প্ৰশাসনে

ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমান ব্যৱহাৰ কৰাটো সাময়িকভাৱে বন্ধ কৰি দিছে। ১ মাৰ্চত অবৈধ...

Read moreDetails

লণ্ডণত খালিস্তানীৰ আক্ৰমণৰ সন্মুখীন বিদেশ মন্ত্ৰী এছ জয়শংকৰ! ফালি পেলালে ভাৰতৰ জাতীয় পতাকা

লণ্ডনত খালিস্তানীৰ আক্ৰমণৰ সন্মুখীন হৈছে দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ। অভিযোগ অনুসৰি আৰক্ষীৰ সন্মুখতেই এজন আক্ৰমণকাৰীয়ে ভাৰতৰ পতাকা ফালি পেলায়।...

Read moreDetails

অবৈধভাবে ইজৰাইলত প্ৰৱেশৰ চেষ্টা : জৰ্ডন সেনাৰ গুলীত নিহত ভাৰতীয় নাগৰিক

জৰ্ডান সেনাৰ গুলীত নিহত হৈছে এজন ভাৰতীয় নাগৰিক। জানিব পৰা মতে, অবৈধভাবে ইজৰাইলৰ সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়ত তেওঁক...

Read moreDetails

আমেৰিকাৰ সৈতে যিকোনো যুদ্ধৰ বাবে সাজু চীন

চীনৰ সামগ্ৰীৰ ওপৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন বাণিজ্যিক শুল্ক আৰোপ কৰাৰ পিছতে আমেৰিকাক সকীয়াই দিছে যে চীন যিকোনো ধৰণৰ যুদ্ধৰ...

Read moreDetails

এয়াই উপযুক্ত সময়! চেম্পিয়নছ ট্ৰফীত পৰাজয়ৰ পিছতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ষ্টিভ স্মিথে

আৱেগৰ বিস্ফোৰণ নহয়। নিৰৱে পৰাজিত নায়কৰ দৰে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ষ্টীভ স্মিথে। তেওঁ আৰু অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়াত নেখেলে।...

Read moreDetails

শুল্ক যুদ্ধত এইবাৰ ট্ৰাম্পৰ লক্ষ্য ‘বন্ধু’ মোডীৰ দেশ; ভাৰতৰ ওপৰতো ওলোটা শুল্ক আৰোপৰ ঘোষণা

আমেৰিকান কংগ্ৰেছৰ যৌথ অধিৱেশনত প্ৰথম ভাষণত ট্ৰাম্পে ভাৰতৰ শুল্কক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। ভাৰতৰ লগতে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে দক্ষিণ কোৰিয়া,...

Read moreDetails

পাকিস্তানত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ; বিস্ফোৰণত নিহত কমেও ২১ জন, আহত ২৫জন

পাকিস্তানৰ উত্তৰ-পশ্চিম প্ৰদেশ খাইবাৰ পখতুনখোৱাৰ ডেৰা ইছমাইল খান জিলাৰ এটা চাউনীত সংঘটিত হৈছে দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনা। এই ঘটনাত...

Read moreDetails

বিশ্বকাপৰ প্ৰতিশোধ! কোহলীৰ বিৰাট বেটিং বিক্ৰমেৰে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত

আইচিচি প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া এক ভয়ংকৰ প্ৰতিদ্বন্দ্বী। আইচিচি প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত অষ্ট্ৰেলিয়া মানেই এক দুঃস্বপ্ন। ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতে সেই...

Read moreDetails

আমেৰিকাৰ বিৰুদ্ধে শুল্ক যুদ্ধ ঘোষণা চীনৰ; কৃষিজাত সামগ্ৰীৰ পৰা খাদ্যলৈকে অতিৰিক্ত কৰ আৰোপ

আমেৰিকাৰ শুল্ক নীতিৰ যোগ্য প্ৰত্যুত্তৰ দিছে কমিউনিষ্ট চীনে। মঙলবাৰে চীনৰ বিত্ত মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত...

Read moreDetails

মণিপুৰ, কাশ্মীৰকলৈ UNHR মুৰব্বীৰ উদ্বেগ প্ৰকাশ; ‘অযুক্তিকৰ আৰু ভিত্তিহীন’ বুলি দাবী ভাৰতৰ

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্তৰ মুৰব্বী ভলকাৰ তুৰ্কে ভাৰতৰ কাশ্মীৰ আৰু মণিপুৰৰ সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ উত্তৰত...

Read moreDetails
Page 196 of 487 1 195 196 197 487

Stay Connected

Recent News