জীৱনশৈলী

সন্ত্ৰাসৰ ৰং! চকুৰ সন্মুখতে বন্দুকধাৰী সন্ত্ৰাসবাদী; পৰ্যটকৰ জীৱন ৰক্ষা কৰি মৃত্যু কাশ্মীৰী ঘোঁৰাচালকৰ

প্ৰতিদিনৰ দৰে মঙলবাৰে পুৱাও চৈয়দ আদিল হুছেইন শ্বাহে মৰমৰ ঘোঁৰাটো লৈ বৈছৰণ উপত্যকা পায়হি। ভাগি যোৱা পথ। মানুহ আৱদ্ধ হৈ...

Read more

কোভিড-১৯ ভেকচিনৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ অভিযোগ; গোচৰ ৰুজু কৰাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

সোমবাৰে উচ্চতম ন্যায়ালয়ে কোভিড-১৯ ভেকচিনৰ প্ৰথম ড’জৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ বাবে অক্ষমতাত ভুগি থকা এজন আবেদনকাৰীক ৰিট আবেদনৰ পিছত লাগি থকাতকৈ...

Read more

নষ্ট কৰা হয় মৃত পোপৰ আঙঠি, উলিওৱা হয় হৃদপিণ্ড; ক’লা-বগা ধোঁৱাত নিৰ্বাচন কৰা হয় নতুন পোপ

নতুন পোপ কোন হ’ব পাৰে? পোপ ফ্ৰান্সিছৰ মৃত্যুৰ পিছত এতিয়া এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰশ্ন। সাধাৰণতে এজন পোপৰ মৃত্যুৰ তিনি সপ্তাহৰ...

Read more

মাছ-মাংস খালেই লিভাৰ বেয়া হ’ব পাৰে নেকি? জানো আহক

অসমত প্ৰায় সকলো লোকেই মাছ-মঙহ ভক্ষণ কৰে। অসমীয়া মানুহৰ প্ৰিয় খাদ্যৰ তালিকাত হাঁহ, গাহৰি, ছাগলী, কুকুৰা, পাৰ আদি মাংসৰ স্থান...

Read more

লিভাৰটো পৰিস্কাৰ কৰিবলৈ ৰাতি শোৱাৰ আগত নিতৌ খাওক এইবিধ আয়ুৰ্বেদিক দৰৱ

যকৃত বা লিভাৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ইয়াক শৰীৰৰ শক্তিঘৰ বা মূল ফিল্টাৰ বুলিও ক’ব পাৰি। যকৃতে তেজৰ...

Read more

বিচ্ছেদৰ জল্পনাত নতুন ইন্ধন! ইনষ্টাগ্ৰামত ইজনে-সিজনক আনফ’ল’ কৰিলে ছাৰা আৰু শুভমনে?

২০২০ চনৰ পৰা বিভিন্ন ছবি আৰু মন্তব্য দেখি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কই চৰ্চা লাভ কৰিছিল। শুভমন গিল আৰু ছাৰা টেণ্ডুলকাৰৰ প্ৰেমৰ...

Read more

যন্ত্ৰৰ প্ৰভাৱে বিপযৰ্স্ত কৰিব মানুহৰ জীৱন, নোহোৱা হ’ব আৱেগ-অনুভূতি : ২০২৫ ক লৈ কি ভৱিষ্যতবাণী দিছিল বাবা ভাংগাই

তেওঁৰ প্ৰকৃত নাম ভেঞ্জেলিয়া পাণ্ডেভা গেষ্টেৰ’ভা। যদিও বেছিভাগ মানুহেই তেওঁক বাবা ভংগা বুলি চিনি পায়। তেওঁৰ ভৱিষ্যদ্বাণী কৰাৰ ক্ষমতাই বাৰে...

Read more

ছালৰ বিশেষজ্ঞই দিয়ে গ্ৰীষ্মকালত ছালৰ যত্নৰ বাবে শীতল ফেচ মাস্কৰ পৰামৰ্শ, পঢ়ক এই প্ৰতিবেদন…

গ্ৰীষ্মকালীন গৰমে ছাল শুকুৱাই লোৱাৰ লগে লগে ছালৰ বিশেষজ্ঞ ডাঃ ৰশ্মি শ্বেট্টীয়ে ইয়াক শান্ত আৰু সুৰক্ষা দিবলৈ শীতল মুখৰ মাস্ক...

Read more

হাজাৰ চেষ্টা কৰিও আঁতৰাব পৰা নাই মুখৰ শালমইনা? তেন্তে জানি লওক আচল উপায়

বহুতে ব্ৰণ বা শালমইনাৰ সমস্যাত ভুগি থাকে। কেৱল গালতেই নহয়, বহু লোকৰ কপাল আৰু পিঠিটো ব্ৰণ থাকে। ইয়াৰ পৰা মুক্তি...

Read more
Page 15 of 251 1 14 15 16 251

Recent News