DMCA.com Protection Status

জীৱনশৈলী

শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে পত্নীয়ে স্বামীৰ সৈতে কোনো কাৰণ নোহোৱাকৈ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাটো এক প্ৰকাৰৰ...

Read more

গেছ আৰু অত্যধিক ওজনৰ সমস্যাত চিন্তিত নেকি? এই ৫ বিধ পানীয়ই দিব পৰিত্ৰাণ

গেছৰ সমস্যাই আপোনাক জুৰুলা কৰিছে নেকি? পাচনতন্ত্ৰৰ স্বাস্থ্য বেয়া হ’লে এনে সমস্যা অতি সাধাৰণ। কিন্তু এয়া আপোনাৰ স্বাস্থ্যৰ বাবে একেবাৰে...

Read more

গোৱাৰ হোটেলৰ সূচানাৰ কোঠাৰ পৰা পত্ৰ উদ্ধাৰ আৰক্ষীৰ; মুকলি হ’বনে সকলো জটিল ৰহস্য?

হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ হোৱা এখন ছুৰী, টাৱেল আৰু এটা গাৰুৰ সূত্ৰ ধৰি তদন্ত বহুখিনি আগবাঢ়িছে। নিজৰ শিশু হত্যাৰ ৰহস্য...

Read more

জীৱন সুখৰ কৰিব সঠিক জীৱন সংগীয়ে: চাণক্যই দিছে উপযুক্ত সংগী বাচনিৰ কিটিপ

প্ৰাচীন ভাৰতীয় পণ্ডিত আচাৰ্য চাণক্যই মানৱ জীৱনক সুখী আৰু সফল কৰি তুলিবলৈ বহুতো গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই গৈছে। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাতে...

Read more

অজুহাত মন্দাৱস্থা! বছৰৰ আৰম্ভণিতে নিশাটোৰ ভিতৰতে চাকৰি হেৰুৱাইছে গুগলৰ শতাধিক কৰ্মীয়ে

বজাৰত মন্দাৱস্থা। খৰচ চম্ভালাটো অসম্ভৱ হৈ পৰিছে। শ্বেয়াৰ চেট, পেটিএমৰ পথেৰে এইবাৰ গুগলৰ ১০০০ৰো অধিক কৰ্মীয়ে চাকৰি পৰা হেৰুৱাইছে। আন...

Read more

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ৰাজপৰিয়ালৰ সন্তান, ৰে’লৰ বাবে অপেক্ষা ষ্টেচনত! মন জয় কৰিলে গজপতিয়ে

হায়দৰাবাদ ষ্টেচনত পৰিয়ালৰ সৈতে ৰে’লৰ বাবে অপেক্ষা কৰি আছে এজন বয়স্ক ব্যক্তি। দেখাত এই ছবিখনত কোনো অস্বাভাৱিক কথা নাই। স্বাভাৱিকভাৱে...

Read more

‘মেই অটল হু’ ছবি মুক্তিৰ পিছতে অভিনয় এৰিব পংকজ ত্ৰিপাঠীয়ে? কিয় ল’লে এই সিদ্ধান্ত?

বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীয়ে বিগত দুটা দশক ধৰি হিন্দী মনোৰঞ্জন জগতত অক্লান্তভাৱে কাম কৰি আহিছে। বহুমুখী অভিনয়েৰে দৰ্শকক মোহিত কৰাৰ...

Read more

ৰোগ প্ৰতিৰোধী কৰি তোলক পচন্দৰ চাহকাপ: এনে মচলাই দিব সুফল

সাধাৰণতে পুৱাই একাপ চাহ খোৱাটো আমাৰ সকলোৰে এটা অভ্যাস। চাহ কাপত চুমুক নিদিয়ালৈকে যেন আমাৰ টোপনি নাভাগে, আৱৰি ৰাখে অৱসাদে।...

Read more

কি কি দুৰাৰোগ্য ৰোগকো ৰুধিব পাৰে ক’লা জালুকে? জানিবলৈ পঢ়ক….

কলা জালুক বিশ্বজুৰি সৰ্বাধিক ব্যৱহৃত মছলাৰ ভিতৰত অন্যতম। খাদ্যৰ সোৱাদ বৃদ্ধিৰ ক্ষেত্ৰত জালুকৰ কোনো তুলনা নাই। হিন্দুৰ বিভিন্ন পূজাতো জালুক...

Read more

ৰাজহুৱা স্থানত মহিলাক সুৰক্ষা দিব কোনে?

সাংস্কৃতিক, ৰাজনৈতিক আৰু বৌদ্ধিক কাৰ্যকলাপৰ বাবে অতীজৰেপৰা পৰিচিত তেজপুৰ আজিও সাংস্কৃতিকভাৱে চহকী আৰু এখন ক্ৰমবৰ্ধমান চহৰ। শোণিতপুৰ জিলাৰ সদৰ হোৱাৰ...

Read more
Page 23 of 159 1 22 23 24 159

Recent News