জীৱনশৈলী

পেটৰ গেছৰ সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ

বৰ্তমানৰ অনিয়মিত খাদ্যাভ্যাস আৰু ব্যায়ামৰ অভাৱৰ বাবে পেটৰ গেছ বা বদহজম আমাৰ সমাজৰ এক অতি অশান্তিদায়ক সমস্যা হৈ পৰিছে। এই...

Read moreDetails

নাৰিকল পানী নে অ’ আৰ এছ: কোনটো অধিক কাৰ্যকৰী? জানক চিকিৎসা বিজ্ঞানৰ মত

সৌন্দৰ্য চৰ্চাই হওক বা শৰীৰৰ আভ্যন্তৰীণ যত্ন, নাৰিকল পানীৰ উপকাৰিতাৰ কোনো তুলনা নাই। নিয়মিতভাৱে নাৰিকল পানী খালে হজম শক্তি বৃদ্ধি...

Read moreDetails

ভোগালীৰ উচাহেৰে জাতিষ্কাৰ অসমীয়াৰ হেঁপাহৰ মাঘ বিহু

ভোগ আৰু আনন্দৰ উৎসৱ মাঘ বিহু আজি সমগ্ৰ অসমজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে। পুহ আৰু মাঘ মাহৰ সংক্ান্তিৰ এই পবিত্ৰ...

Read moreDetails

জৰায়ুৰ বাহিৰত যকৃতৰ কাষত বাঢ়িল সন্তান: কেলিফৰ্ণিয়া এগৰাকী নাৰ্ছে জন্ম দিলে এক ‘মিৰাকেল বেবী’

চিকিৎসা বিজ্ঞানৰ ইতিহাসত মাজে মাজে এনে কিছুমান ঘটনা ঘটে যিবোৰক মানিবলৈ টান। শেহতীয়াকৈ আমেৰিকাৰ কেলিফৰ্ণিয়াত তেনে এক বিৰল ঘটনা সংঘটিত...

Read moreDetails

আজি ভোগালী বিহুৰ উৰুকা, ৰাজ্যজুৰি উখল-মাখল পৰিবেশ

অসমীয়া ভোগালীৰ উছাহে আজি সমগ্ৰ ৰাজ্যতে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। আজি মাঘ বিহুৰ উৰুকা উপলক্ষে চুকে-কোণে সকলোতে এক আনন্দময়...

Read moreDetails

শীতকালত শৰীৰ গৰম ৰখাৰ মহৌষধ এইসমূহ খাদ্য

দেশৰ বহু ঠাইত বৰ্তমান তাপমাত্ৰা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। শীত বৃদ্ধি পোৱাৰ লগে লগে চৰ্দি-কাহ, ফ্লু, গাঁঠিৰ বিষ আৰু ৰোগ প্ৰতিৰোধ...

Read moreDetails

‘নাৰীৰ সফলতা একেবাৰে সহ্য কৰিব নোৱাৰে পুৰুষে,’ তিক্ত অভিজ্ঞতা সুঁৱৰি ক’লে নীনা গুপ্তাই!

অভিনেত্ৰী নীনা গুপ্তাই সদায় অকপটে কথা ক’বলৈ ভাল পায়। শেহতীয়াকৈ এক সাক্ষাৎকাৰত এইগৰাকী প্ৰবীণ অভিনেত্ৰীয়ে ভাৰতীয় সমাজ আৰু পিতৃতান্ত্রিক মানসিকতাক...

Read moreDetails

বিবাহ বিচ্ছেদৰ মূল্য ১৫ হাজাৰ কোটি টকা; ভাইৰেল Zoho-ৰ মালিকৰ ব্যয়বহুল ডাইভোৰ্চৰ গোচৰ

জোহোৰ স্বত্বাধিকাৰী শ্ৰীধৰ ভেম্বু পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে। এইবাৰ চৰ্চালৈ আহিছে তেওঁৰ বিবাহ বিচ্ছেদৰ খবৰ। এই গোচৰ চলি আছে আমেৰিকাৰ...

Read moreDetails

শীত কালত কিদৰে ভালে ৰাখিব পেটৰ  স্বাস্থ্য

শীতকালত আমাৰ হজম শক্তি অলপ লেহেমীয়া হয় আৰু পানী খোৱাৰ পৰিমাণ কমি যোৱাৰ বাবে গেছ বা কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা...

Read moreDetails

হিমালয়ৰ বুকুত বিৰল, ৩০ বছৰৰ অপেক্ষাৰ অন্তত ফুলি উঠিছে প্ৰকৃতিৰ বিস্ময় ‘ছিকিম সুন্দৰী’

পূব হিমালয়ৰ দুৰ্গম উচ্চভূমিত, য’ত লঘু বতাহ বয় যদিও প্ৰকৃতি ৰুক্ষ, তাত এটা আচৰিত উদ্ভিদ নিৰৱে গজি উঠে। ইয়াৰ নাম...

Read moreDetails
Page 24 of 301 1 23 24 25 301

Stay Connected

Recent News