দেশ

ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণ, আমেৰিকাৰ ৰাজনৈতিক প্ৰতিনিধিক পুনৰ তলব কৰিলে ভাৰতে

ভাৰতীয় কৰ্মচাৰী থকা আন এখন বাণিজ্যিক জাহাজ ওমানৰ উপকূলত আক্ৰমণৰ সন্মুখীন হোৱাৰ পাছত ভাৰতে শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰতিনিধি জেচন...

Read moreDetails

বিশ্বকাপত সুযোগ পোৱাৰ পিছতো কিয় খেলা নাছিল ভাৰতীয় ফুটবল দলে?

২০২৬ চনৰ ফিফা বিশ্বকাপ ফুটবল ১১ জুনৰ পৰা আৰম্ভ হ'ব। বিশ্বৰ ফুটবল ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিখন দেশে একেলগে বিশ্বকাপৰ আয়োজন...

Read moreDetails

নিট পৰীক্ষাৰ্থীৰ বাবে ১৫ মিনিট অতিৰিক্ত সময়ৰ ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ

অহা ২০২৬ চনৰ ২১ জুন তাৰিখে অনুষ্ঠিত হবলগীয়া নিট ইউ জি পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কেইটামান ছাত্ৰ ছাত্ৰীৰ উপযোগী...

Read moreDetails

ধৰ্মস্থলী গণকবৰ গোচৰত প্ৰকাশ ৰাজৰ নাম! ‘দুদিনৰ ভিতৰত সকলো উত্তৰ দিম’ বুলি ঘোষণা অভিনেতাগৰাকীৰ

কৰ্ণাটকৰ ধৰ্মস্থলী মন্দিৰৰ ‘গণকবৰ’ গোচৰত এইবাৰ নাম সাঙোৰ খাইছে জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ। এই হাই-প্ৰফাইল গোচৰত তেওঁৰ নাম জড়িত হোৱাৰ...

Read moreDetails

কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

ৰাজ্যসভাৰ মনোনয়ন পত্ৰ নাকচ হোৱাৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনে দাখিল কৰা আবেদন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। ন্যায়ালয়ে স্পষ্টকৈ...

Read moreDetails

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

মধ্য প্ৰাচ্যত চলি থকা যুদ্ধৰ বাবে বজাৰত ঔষধ প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় মূল উপাদানসমূহৰ নাটনি হৈছে আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ...

Read moreDetails

দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

সুদীৰ্ঘ ৪০ বছৰৰ পিছত ভাৰতীয় চিনেমাৰ দুটা প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকা ৰজনীকান্ত আৰু হৃতিক ৰোশনক পুনৰ এখন চিনেমাতে দেখা যাব।...

Read moreDetails

বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

তেওঁ একেলগে এজন সাংসদ আৰু প্ৰাক্তন ক্ৰিকেটাৰ। দেশৰ হৈ বিশ্বজয় কৰাৰ গৌৰৱো তেওঁ অৰ্জন কৰিছে। কিন্তু বৰ্তমান তেওঁৰ হেনো পৰ্যাপ্ত...

Read moreDetails

পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

নিশাৰ আন্ধাৰত দক্ষিণ-পূব দিল্লীৰ তুঘলাকাবাদত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ বহুমহলীয়া অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত তিনিজন লোকে প্ৰাণ হেৰুৱায়। নিহতসকলৰ...

Read moreDetails

পোহৰলৈ আহিল তৃণমূল কংগ্ৰেছৰ বিসম্বাদী ১৯ গৰাকী সাংসদৰ স্বাক্ষৰিত পত্ৰ, কাৰ কাৰ আছে নাম?

তৃণমূল কংগ্ৰেছ দলৰ ভিতৰচৰাত এক ডাঙৰ বিদ্ৰোহৰ সূচনা হৈছে। দলটোৰ ১৯ গৰাকী সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক এখন পত্ৰ প্ৰেৰণ...

Read moreDetails
Page 101 of 1815 1 100 101 102 1,815

Stay Connected

Recent News