দেশ

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

মধ্যপ্ৰদেশৰ পাণ্ডুৰ্ণা জিলাত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। অংগনৱাড়ী কেন্দ্ৰৰ পৰা যোগান ধৰা খাদ্যৰ পেকেটত উদ্ধাৰ হৈছে এডাল মৰা সাপ।...

Read moreDetails

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

নতুন দিল্লীত সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিৰোধী ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে সহযোগী দলসমূহৰ মাজৰ মতানৈক্য পোহৰলৈ আহিছে। মিত্ৰজোঁটৰ একতাক লৈ...

Read moreDetails

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে কেন্দ্ৰৰ মোডী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে...

Read moreDetails

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত কেমেৰাত ধৰা পৰিছে এবিধ বিৰল প্ৰজাতিৰ বনৰীয়া মেকুৰী ‘কাৰাকাল’। এই বনৰীয়া জন্তুটোক কেইবাদশকৰ পিছত ভাৰতৰ মাটিত...

Read moreDetails

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

গুজৰাটৰ চুৰাটত এক অতি শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। এখন কাৰখানাৰ চেপটিক টেংক চাফা কৰিবলৈ নামি বিষাক্ত গেছৰ কবলত পৰি চাৰিজন...

Read moreDetails

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বিচিচিআইয়ে ১৫ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ভাৰতীয় দলৰ আগন্তুক শ্ৰীলংকা আৰু ইংলেণ্ড ভ্ৰমণত একেলগে...

Read moreDetails

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

সমগ্ৰ দেশকে জোকাৰি যোৱা হাইপ্ৰফাইল ত্বিশা শৰ্মাৰ মৃত্যুৰ গোচৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য, যিয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ৰ তদন্তৰ...

Read moreDetails

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

সমগ্ৰ বিশ্বতে প্ৰজননৰ হাৰ হ্ৰাস পোৱাটো এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। বহু দেশত প্ৰজননৰ হাৰ কমি যোৱাৰ ফলত যুৱক-যুৱতীৰ...

Read moreDetails

বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

বিহাৰৰ ৰাজধানী পাটনাৰ মুছল্লাপুৰ হাট এতিয়া সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। খান গ্ল’বেল ষ্টাডিজৰ প্ৰতিষ্ঠাপক খান ছাৰ আৰু জ্ঞান...

Read moreDetails

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত শুকুৰবাৰে প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে জোচেফ বিজয়ে। প্ৰথমখন বৈঠকতে তেওঁ তামিলনাডু ৰাজ্যিক বিপণন নিগম বা...

Read moreDetails
Page 111 of 1815 1 110 111 112 1,815

Stay Connected

Recent News