দেশ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

ছচিয়েল মিডিয়াত জ্বলি উঠিছিল ক্ষোভৰ জুই। এইবাৰ দেশৰ গাড়ীচালকসকলে মুকলিকৈ ৰাজপথলৈ ওলাই আহি ইথানল মিহলি পেট্ৰ’ল বা ‘ই২০ ফিউৱেল’ৰ বাবে...

Read moreDetails

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচত ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে বিহাৰৰ ১৫ বছৰীয়া প্ৰতিভাৱান খেলুৱৈ...

Read moreDetails

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে তেওঁৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে। ৬১ বছৰ বয়সত অভিনেতাগৰাকীয়ে তেওঁৰ দীৰ্ঘদিনীয়া বান্ধৱী তথা...

Read moreDetails

ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ  

ভাৰতে ভূটানলৈ ই-২০ পেট্ৰ'ল যোগান ধৰাৰ এক প্ৰস্তাৱ ভূটানে নাকচ কৰিছে বুলি শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰক কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক...

Read moreDetails

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

ড্ৰাগছ সৰবৰাহ প্ৰতিৰোধৰ বাবে চোৰাংচোৱা তথ্যৰ আদান-প্ৰদান আৰু প্ৰতিষ্ঠানিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে অহা ৬ জুনৰ পৰা গুৱাহাটীত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ...

Read moreDetails

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

শ্ৰীলংকাৰ বিধ্বস্ত অৰ্থনীতি লাহে লাহে ভাল অৱস্থালৈ ঘুৰি আহিছে। এই তথ্য প্ৰকাশ পাইছে বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনত। বহু বছৰৰ আৰ্থিক...

Read moreDetails

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

উন্নয়নৰ নামত চৰকাৰে অবাধে গছ-গছনি কাটি তহিলং কৰিছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ২০২৬ চনৰ জুন...

Read moreDetails

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

মহাভাৰতৰ চৰিত্ৰবোৰক তেওঁ সমগ্ৰ বিশ্বতে সজীৱ কৰি তুলিছিল। তেওঁৰ সুৰীয়া কণ্ঠই ছত্তীশগড়ৰ মাটি অতিক্ৰমি সমগ্ৰ বিশ্বৰ হৃদয় চুই গৈছিল। সেই...

Read moreDetails

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

২০২৬ চনৰ গ্ল’বেল পাছপ’ৰ্ট ইনডেক্সত ভাৰত ১২৫ নম্বৰ স্থানলৈ অৱনমিত হৈছে।যোৱা বছৰ সামান্য উন্নতি ঘটিলেও শীৰ্ষ ১০০-ৰ বাহিৰতে আছে। ২০২১...

Read moreDetails

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতে পেট্ৰ’লত ইথানল মিহলাইছে। কিন্তু আমি সেই তেল কিনিব নোৱাৰিম। এই কথাই জনাইছে ভূটানে। বৰ্তমান তেওঁলোকে ভাৰতৰ E20 পেট্ৰল কিনিবলৈ...

Read moreDetails
Page 132 of 1879 1 … 131 132 133 … 1,879

Stay Connected

Recent News