দেশ

দিল্লীত মৃত্যুৰ কিৰিলী: সেনাৰ সহায় বিচাৰি কেন্দ্ৰলৈ চিঠি লিখিলে কেজৰিৱাল চৰকাৰে

দিল্লীত এতিয়া মৃত্যু যেন সুলভ হৈ পৰিছে। ক’ৰ’নাত আক্ৰান্ত জনৰ বাবে ৰাজধানী চহৰ খনৰ  চিকিৎসালয়ত এতিয়া বিচনাৰ অভাৱ হৈছে। অক্সিজেনৰ...

Read moreDetails

ক’ৰ’নাৰ মহাতংক: ৰাজ্যসমূহক লকডাউন ঘোষণাৰ পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে

দেশত ক’ৰ’নাৰ দ্বিতীয়টো ঢৌৱে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতিদিনে দেশত লাখ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। এনে সময়তে দেশৰ শেহতীয়া...

Read moreDetails

দেশত ক’ৰ’না সংক্ৰমণৰ হাৰ সামান্য নিম্নগামী, ২৪ ঘণ্টাত আক্ৰান্ত ৩ লক্ষাধিক

বিগত ২৪ ঘণ্টাত দেশক ক’ৰ’না সংক্ৰমণৰ হাৰ সামান্য নিম্নগামী হোৱা পৰিলক্ষিত হয়। কেন্দ্ৰীয় সবস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা...

Read moreDetails

ক’ৰ’নাৰ সংহাৰ: এই খন ৰাজ্যত ঘোষণা কৰা হ’ল ১৪ দিনৰ লকডাউন

দেশৰ কেইবাখনো ৰাজ্যত আজি ক'ৰ'নাতংকৰ মাজতে নিৰ্বাচনৰ ভোটগণনা চলি আছে। দেশৰ বিভিন্ন ৰাজ্যত পিছে এতিয়াও শাম কটা নাই  ক'ৰ'নাতংকৰ ।...

Read moreDetails

বিজয়ৰ উল্লাস: নিৰ্বাচন আয়োগৰ নিৰ্দেশনা উলংঘা কৰি ৰাজপথলৈ ওলাই আহিল দলে দলে সমৰ্থক, ক’ত?

দেশৰ কেইবাখনো ৰাজ্যত আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। অসমক বাদ দি বাকী আটাইকেইখন ৰাজ্যতে বিজেপিয়ে ভাল ফলাফল...

Read moreDetails

দিল্লীৰ অত্যাধুনিক চিকিৎসালয়ত অক্সিজেনৰ অভাৱত চিকিৎসকসহ ১২ গৰাকী ৰোগীৰ মৃত্যু

ক’ৰ’নাই মহা সংহাৰৰ সৃষ্টি কৰা দেশৰ ৰাজধানী চহৰ দিল্লীত আজি অক্সিজেনৰ অভাৱতে চিকিৎসকসহ ১২  গৰাকী ৰোগীৰ মৃত্যু ঘটে। কোভিডে মৃত্যু...

Read moreDetails

নিৰ্বাচনী ফলাফলত ধূলিস্যাৎ বিজেপি, কংগ্ৰেছৰ জয়জয়কাৰ, ক’ত?

পঞ্জাৱ, হিমাচল প্ৰদেশৰ পিছত এইবাৰ কৰ্ণাটকতো পৌৰ নিৰ্বাচনত বাৰুকৈয়ে মুখ থেকেচা খালে বিজেপিয়ে। ৰাজ্য খনৰ শাসনাধিষ্ঠিত দল বিজেপিয়ে আজি ঘোষিত...

Read moreDetails

ভাৰতক কোভিড নিয়ন্ত্ৰণৰ উপায় দিলে মাৰ্কিন স্বাস্থ্য বিশেষজ্ঞ এন্থনী ফাউচিয়ে, কি সেই উপায়?

দেশত এতিয়া কোভিডৰ সংহাৰ। সৌসিদিনালৈ কোভিডে লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি নিয়া আমেৰিকাত এতিয়া কোভিড সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণাধীন। আমেৰিকাত আনকি...

Read moreDetails

‘আজটক’ৰ সাংবাদিক ৰোহিত চৰদানাৰ মৃত্যু,আক্ৰান্ত হৈছিল কোভিডত

দেশৰ বিভিন্ন প্ৰান্ত কোভিডে ইজনৰ পিছত সিজনকৈ সাংবাদিকৰ প্ৰাণ কাঢ়ি নিছে। শেহতীয়াকৈ দিল্লীত কৰ্মৰত অসমৰ সাংবাদিক নীলক্ষি ভট্টাচাৰ্যৰ কোভিডত মৃত্যু...

Read moreDetails

বিপদত সহায়ৰ হাত: ভাৰতক ২৫ হাজাৰ অক্সিজেন কনচেণ্ট্ৰেটৰ দিলে চীনে

ভাৰতৰ চিৰবৰী ৰাষ্ট্ৰ চীনে ভাৰতৰ সংকটৰ সময়ত দেশ খনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ক’ৰ’নাৰ সংহাৰে বিধ্বস্ত কৰা ভাৰতবৰ্ষক সকলো শত্ৰুতা...

Read moreDetails
Page 1602 of 1814 1 1,601 1,602 1,603 1,814

Stay Connected

Recent News