দেশ

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া বাৰ্ডফ্লুৰ সংহাৰ চলিছে। এনে পৰিস্থিতিত বহু ৰাজ্যত ব্যাপক হাৰত চলিছে হাঁহ-কুকুৰা নিধন অভিযান। বহু ৰাজ্যই আকৌ...

Read moreDetails

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সমগ্ৰ দেশতে কোভিচৰ প্ৰথম পৰ্যায়ৰ ভেকচিন  প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভনি ঘটোৱাৰ লগে লগে দেশৰ ৩০০৬...

Read moreDetails

পাশৱিক!লিংগ পৰিৱৰ্তনেৰে ১৩ বছৰীয়া কিশোৰক কিশোৰীলৈ ৰূপান্তৰিত কৰি দীৰ্ঘদিন ধৰি গণ ধৰ্ষণ

গাৰ নোম শিঁয়ৰি উঠা ঘটনা এটা সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত। এটি ১৩ বছৰীয়া কিশোৰৰ লিংগ পৰিৱৰ্তন কৰি...

Read moreDetails

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ অভিনেত্ৰী শুভ্ৰা কুণ্ডুক। যোৱা নিশাই গ্ৰেপ্তাৰ কৰা অভিনেত্ৰীগৰাকীক আজি চিবিআই—এ ওড়িশাৰ ভূৱনেশ্বৰলৈ নিব...

Read moreDetails

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

তিনি খনকৈ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখা কৃষকসকলৰ সৈতে আজি চৰকাৰৰ নৱম লানি আলোচনা আছিল যদিও সেই আলোচনাও...

Read moreDetails

মৃত্যুৰ পিছতো আন পাঁচজনৰ মুখত হাঁহি বিৰিঙাই গ’ল দেশৰ সৰ্বকনিষ্ঠ অংগদাতা ধনিষ্ঠাই

শিশুটিৰ বয়স মাত্ৰ দুবছৰ। পৃথিৱীলৈ অহা বেছি দিন হোৱা নাই যদিও অতি কম দিনৰ ভিতৰতে শিশুটিয়ে সকলোৰে মন মুহিবলৈ সক্ষম...

Read moreDetails

আন্না হাজাৰেৰ ঘোষণা- কৃষকৰ সমস্যাক লৈ দিল্লীত অনশন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব

সমাজকৰ্মী আনা হাজেৰেই বৃ্হস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি কৃষকৰ সমস্যা সন্দৰ্ভত তেওঁৰ সিদ্ধান্তৰ কথা পুনৰ এবাৰ স্পষ্ট...

Read moreDetails

২৯ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব সপ্তদশ লোকসভাৰ পঞ্চম অধিবেশন

অহা ২৯ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব সপ্তদশ লোকসভাৰ পঞ্চম অধিবেশন। আৰু ৮ এপ্ৰিলত অধিবেশনৰ সামৰণি পৰাৰ সম্ভাৱনা আছে। অধিবেশন আৰম্ভ...

Read moreDetails

সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ পৰা আঁতৰি আহিল ভুপিন্দৰ সিং মান

কৃষি আইন তিনিখনক কেন্দ্ৰ কৰি চলি থকা প্ৰতিবাদ তথা বিতৰ্কৰ অন্ত পেলাবলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চাৰিজনীয়া সমিতিৰ...

Read moreDetails

দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৫,৯৬৮ গৰাকী ক’ৰ’নাত আক্ৰান্ত, মৃত্যু ২০২ গৰাকীৰ

ধাৰাবাহিকভাৱে ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা কমিছিল যদিও আজি বিগত দিনসমূহৰ তুলনাত আক্ৰান্তৰ সংখ্যা পুনৰ এবাৰ সামান্য পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।...

Read moreDetails
Page 1633 of 1815 1 1,632 1,633 1,634 1,815

Stay Connected

Recent News