দেশ

লগত নাই আকালি, বিজেপিয়ে অকলে যুঁজিব পঞ্জাৱ বিধান সভাৰ নিৰ্বাচন

এনডিএৰ অন্যতম সহযোগী দল শিৰোমণি আকালি দলে কৃষি বিধেয়কক লৈ বিজেপিৰ সংগ এৰাৰ পিছতে পঞ্জাৱত একপ্ৰকাৰ সংগীহীন হৈ পৰিছে গেৰুৱা...

Read moreDetails

১০হাজাৰ ফুট উচ্চতাত বিশ্বৰ আটাইতকৈ দীৰ্ঘতম সুৰংগ উদ্বোধন কৰিলে প্ৰধান মন্ত্ৰী মোদীয়ে

দহ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ দীৰ্ঘতম সুৰংগটো শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ...

Read moreDetails

কৃষক বিদ্ৰোহৰ পাছত মোদী চৰকাৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ভাৰত বন্ধৰ আহ্বান শ্ৰমিক সংগঠনৰ

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ব্যক্তিগতকৰণ নীতিৰ বিৰুদ্ধে কৃষক বিদ্ৰোহৰ পাছত এইবাৰ ভাৰত বন্ধৰ আহ্বান দিছে দেশৰ শ্ৰমিক সংগঠনসমূহে। অহা ২৬ নৱেম্বৰত...

Read moreDetails

ম্যানমাৰৰ পৰা ৰাজস্থানলৈ সৰবৰাহৰ বাবে অনা ৩৩কেজি সোণ জব্দ শিলিগুৰিত

ডাইৰেক্টৰ অফ ৰেভিনিউ ইন্টেলিজেন্স (ডি আৰ আই)ৰ জালত পৰিছে এক বৃহৎ সৰবৰাহকাৰী চক্ৰ। ম্যানমাৰৰ পৰা অবৈধভাৱে ভাৰতলৈ সৰবৰাহ কৰা ৩৩কেজি...

Read moreDetails

ক’ৰ’ণা হ’লে মমতা বেনাৰ্জীক সাৱটি ধৰিম বুলি কোৱা বিজেপি নেতা আক্ৰান্ত হ’ল ক’ৰ’ণাত

সৌসিদিনা ক্ষমতাৰ ৰাগীত মতলীয়া হৈ পৰা বিজেপিৰ এজন নেতাই কৰা  উদ্ভট মন্তব্যই  বেছ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। পশ্চিমবংগ বিজেপিৰ নেতা তথা...

Read moreDetails

কোভিড ৰোগীৰ জীৱন বচাবলৈ গৈ জীৱন আহুতি দিছে দেশৰ ৫১৫ গৰাকী চিকিৎসকে

ঘাতক কোভিডৰ পৰা দেশৰ লাখ লাখ ৰোগীক বচোৱাৰ বাবে দিনে-নিশাই শ্ৰম কৰি থকা চিকিৎসক সকলেও এতিয়া সাৰি যাব পৰা নাই...

Read moreDetails

কোভিডৰ চিকিৎসাত আইচিএমআৰৰ এণ্টিছেৰাই দেখুৱাইছে আশাৰ ৰেঙণি

বিশ্বৰ বিজ্ঞানী মহলে  কোভিডৰ দৰৱ অথবা ভেকচিনৰ সন্ধানত দিন-ৰাতি একাকাৰ কৰি দিয়াৰ সময়তে ভাৰতৰ চিকিৎসা গৱেষণা পৰিষদে কোভিডৰ এক বিশেষ...

Read moreDetails

হাইড্ৰমেন: পানীৰ তলত নৃত্য কৰি সকলোকে আচৰিত কৰি তুলিছে এই ভাৰতীয় যুৱকে, চাওঁক ভিডিঅ’

পানীৰ তলত নৃত্য! কথাষাৰ ভাবিবলৈ আচৰিত যেন লাগে যদিও এনে আচৰিত কামেই কৰি সকলোকে হতভম্ব কৰি তুলিছে এজন ভাৰতীয় যুৱকে।...

Read moreDetails

দেশত প্রতি ১৬ মিনিটত ধৰ্ষিতা হয় এগৰাকীকৈ নাৰী: ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ প্ৰতিবেদনত ভয়াৱহ তথ্য

হাথ্ৰা বলাৎকাৰ কাণ্ডই সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰি থকাৰ সময়তে নেছনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰই প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনেও আন এক...

Read moreDetails

অৰুণাচল প্ৰদেশ ভাৰতৰেই অংশ; চীনক সকীয়াই ভাৰতক সমৰ্থন আমেৰিকাৰ

অৰুণাচল প্ৰদেশ সম্পূৰ্ণ ভাৰতৰ অংশ বুলি ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰই। বৃহস্পতিবাৰে ৱাশ্বিংটনে সেই কথা স্পষ্ট কৰি দিলে। ভাৰতৰ কাষত থিয় হৈ...

Read moreDetails
Page 1677 of 1816 1 1,676 1,677 1,678 1,816

Stay Connected

Recent News