ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰীৰ PM CARES পুঁজিলৈ ৫০০ কোটি টকাৰ বৰঙনি ঘোষণা কৰিছে। তাৰোপৰি, মহাৰাষ্ট্ৰ আৰু...
Read moreDetailsদেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ১০৭১লৈ বৃদ্ধি পাইছে। আক্ৰান্ত ২৯ গৰাকী লোক মৃত্যুমুখত পৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে...
Read moreDetailsদেশজোৰা লকডাউনৰ সময়ত ম’বাইলৰ প্ৰিপেইড গ্ৰাহকসকল অসুবিধাত নপৰিবলৈ ভেলিডিটি পিৰিয়ড বঢ়াই দিয়াৰ বাবে টেলিকম কোম্পানিসমূহক ট্ৰায়ে নিৰ্দেশ দিছে। লকডাউনৰ সময়ত...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাৰাগাৰ সমূহত কয়দীৰ ভিৰ লাঘৱ কৰিবলৈ গুজৰাট চৰকাৰে ৰাজ্যখনৰ ১২০০ গৰাকী কাৰাবন্দীক দুমাহৰ বাবে...
Read moreDetailsকেৰালাত ল’কডানৰ ফলত সুৰাৰ প্ৰচলন বন্ধ হৈ পৰাৰ পিছত বিভিন্ন স্থানৰ পৰা সুৰাসক্ত লোকৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাত মুখ্য মন্ত্ৰী...
Read moreDetailsকৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সমূহ কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰীৰ পি এম কেয়াৰ্ছ পুঁজিলৈ এদিনৰ দৰমহা আগবঢ়াব। প্ৰতিৰক্ষা মন্ত্ৰী...
Read moreDetailsআদানী ফাউণ্ডেচনে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰীৰ পি এম কেয়াৰ্ছ পুঁজিলৈ (Prime Minister’s Citizen Assistance and Relief in Emergency...
Read moreDetailsদেশৰ বিভিন্ন ঠাইত লকডাউনৰ মাজত বহুসংখ্যক শ্ৰমিক স্ব-গৃহলৈ ওভতাক লৈ সৃষ্টি হোৱা পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক...
Read moreDetailsদেশজোৰা লকডাউনৰ ফলত নতুন দিল্লীকে ধৰি দেশৰ মহানগৰসমূহত বায়ু প্ৰদূষণ বহু বেছি পৰিমাণে হ্ৰাস পাইছে। কৰ’নাভাইৰাছৰ বিৰুদ্ধে দেশজোৰা লকডাউনৰ ফলত...
Read moreDetailsৰামায়ণ, মহাভাৰতৰ পিছতে দূৰদৰ্শনত অতি শীঘ্ৰে আহি আছে ভাৰতীয় চুপাৰহিৰ’ ধাৰাবাহিক শক্তিমান। শক্তিমানৰ মুখ্য অভিনেতা, পৰিচালক মুকেশ খান্নাই টুইটযোগে দেওবাৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd