বিনায়ক দামোদৰ চাভাৰকাৰক লৈ কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত ৰুজু হোৱা ফৌজদাৰী গোচৰ খাৰিজ কৰিছে...
Read moreDetailsআধুনিক ভাৰতৰ ইতিহাস চৰ্চাৰ এগৰাকী বিশিষ্ট নাম, প্ৰখ্যাত মাৰ্ক্সবাদী ইতিহাসবিদ সুমিত চৰকাৰ আৰু নাই। বৃহস্পতিবাৰে নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত...
Read moreDetailsদীঘলীয়া ৩৫ বছৰৰ সুদীৰ্ঘ অপেক্ষাৰ অন্তত অৱশেষত অন্ত পৰিল ১৯৯১ চনৰ ভয়ংকৰ জম্মু ৰেলৱে ষ্টেচন বোমা বিস্ফোৰণ গোচৰৰ। ১৯৯১ চনৰ...
Read moreDetailsভাৰতৰ প্ৰাক্তন বেটছমেন তথা বৰ্তমান বিচিচিআইৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ৰ মুৰব্বী ভিভিএছ লক্ষ্মণে হয়তো ভাৰতীয় ক্ৰিকেটত আৰু গধূৰ দায়িত্ব লাভ কৰিব...
Read moreDetailsপাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়। ভোট দি বিধায়ক বা সাংসদ বাছনি কৰা হয়। কিন্তু চৰকাৰ বা জনপ্ৰতিনিধিৰ কোনো...
Read moreDetailsআমেৰিকাই চীনৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছে। কিন্তু এইবাৰ ভাৰতৰ বিৰুদ্ধে, সেই শুল্ক পৰিহাৰ কৰি চীনৰ সামগ্ৰী আমেৰিকাৰ বজাৰলৈ আমদানি...
Read moreDetailsউত্তৰাখণ্ডৰ চামোলী জিলাৰ পিপালকোটিৰ সমীপৰ মায়াপুৰত বৃহস্পতিবাৰে সন্ধিয়া ভূমিস্খলন আৰু প্ৰচণ্ড পানীৰ প্ৰবাহৰ ফলত এটা নিৰ্মীয়মান সুৰংগ আংশিকভাৱে ভাঙি পৰে।...
Read moreDetailsহায়দৰাবাদৰ নেশ্যনেল একাডেমী অৱ লিগেল ষ্টাডিজ এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটিৰ (NALSAR) সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল উচ্চতম ন্যায়ালয়ৰ...
Read moreDetailsকেইমাহমানৰ আগতে জেন জি আন্দোলনৰ জৰিয়তে নেপালী সংসদত বহিছিল বলেন শ্বাহে। কিছুদিন পূৰ্বে তেওঁ সংসদত ভাৰতৰ সৈতে সীমান্ত বিষয়ক লৈও...
Read moreDetailsউচ্চতম ন্যায়ালয়ে উচ্চ মাত্ৰাৰ চেনি, নিমখ আৰু চৰ্বি থকা খাদ্যৰ পেকেটত সতৰ্কবাণী লেবেল লগোৱাৰ নিৰ্দেশ দিছিল। কিন্তু সেই পথ অনুসৰণ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd