দেশ

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা সময়মতে পৰিশোধ কৰিব নোৱাৰাৰ বাবে এগৰাকী যুৱতীক কাপোৰ খুলি নিৰ্যাতন কৰাৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বেংগালুৰুত।...

Read moreDetails

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

মোডী চৰকাৰৰ মুক্ত বাণিজ্য চুক্তিৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ আহ্বান জনাইছে সংযুক্ত কৃষক মৰ্চা (এছ কে এম)ই। কৃষক মৰ্চাই সকলো এফটিএ...

Read moreDetails

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

ৰে’লৰ কনফাৰ্মড টিকট কৰি দিয়াৰ টোপ! এগৰাকী যুৱতীক ষ্টেচন চৌহদৰ এটা কোঠালৈ লৈ গৈ ধৰ্ষণ কৰে ৰে’লৰ কৰ্মচাৰী এজনে! যুৱতীগৰাকীক...

Read moreDetails

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

দিল্লী আৰক্ষীয়ে ‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিবাদৰ সময়ত ছাত্ৰ আন্দোলন কৰ্মী নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰক প্ৰহাৰ কৰাৰ অভিযোগত হিন্দুত্ববাদী কৰ্মী...

Read moreDetails

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ধাৰাশিৱ জিলাৰ ঐতিহাসিক নালদুৰ্গ দুৰ্গত সংঘটিত এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা মল্লযুঁজাৰু অশ্বিনী...

Read moreDetails

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

১৯৯০ চনত জম্মু-কাশ্মীৰত উগ্ৰপন্থী হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত সংঘটিত বহু নিৰ্যাতনৰ ঘটনা আজিও মানুহৰ মনত...

Read moreDetails

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

মধ্যপ্ৰদেশৰ বিয়োৰাৰ অজনাৰ নদী এতিয়া ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু। আৱৰ্জনা আৰু নানা ধৰণৰ পেলনীয়া সামগ্ৰীৰে ভৰি থকা নদীখন পৰিষ্কাৰ কৰাৰ...

Read moreDetails

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

বিজেপিৰ গোধৰা লোকসভা সমষ্টিৰ সাংসদ নিশিকান্ত ডুবেৰ ব্যক্তিগত জীৱনক লৈ ছ’চিয়েল মিডিয়াত বহুদিন ধৰি চলি থকা এক বিতৰ্কক লৈ মুখ...

Read moreDetails

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৱে ডাঙৰ সফলতা অৰ্জন কৰিছে। ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হৈছে আন এক ঐতিহাসিক কৃতিত্ব। আজি (শুকুৰবাৰে) পুৱা প্ৰায় ২:৫৫...

Read moreDetails

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তানৰ আকাশমাৰ্গৰ ঠিক কাষতে ভাৰতে যুদ্ধ অনুশীলন চলাব। হয়, ভাৰতীয় বায়ুসেনাই পশ্চিম ৰাজস্থানৰ আকাশত এক বৃহৎ যুদ্ধ অনুশীলন কৰিবলৈ ওলাইছে।...

Read moreDetails
Page 43 of 1849 1 … 42 43 44 … 1,849

Stay Connected

Recent News