এসপ্তাহত দুবাৰকৈ আগ্নেয় উদগীৰণ ঘটিছে ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিত। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ নিৰ্জন বেৰেন দ্বীপত ১৩ আৰু ২০ ছেপ্টেম্বৰত...
Read moreDetailsপঞ্জাৱৰ আদালতে এটা পুৰণি মানহানিৰ গোচৰত আদালতত ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ বিজেপি সাংসদ কংগনা ৰানাৱটক নিৰ্দেশ দিছে। আদালতৰ নিৰ্দেশ অনুসৰি, বিজেপি...
Read moreDetailsপুনৰ বিতৰ্কৰ আৱৰ্তত ভোটাৰ তালিকাৰ বিশেষ কঠোৰ সংশোধনী। বিহাৰৰ ঢাকা সমষ্টিত প্ৰায় ৮০ হাজাৰ মুছলমান ভোটাৰক নিৰ্বাচনী তালিকাৰ পৰা আঁতৰোৱাৰ...
Read moreDetailsএইবাৰ দুৰ্গাপূজাৰ দশমীৰ দিনা অযোধ্যাত ৰাৱণ, মেঘনাদ আৰু কুম্ভকৰ্ণৰ প্ৰতিমূৰ্তি দাহ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে। আয়োজকসকলে জনোৱা মতে,...
Read moreDetailsসোমবাৰে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে ভোটাৰ তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণৰ বিৰোধিতা কৰি এক প্ৰস্তাৱ গৃহীত কৰে। সংবাদ সংস্থা পিটিআইৰ মতে, পূৰ্বে...
Read moreDetailsইজৰাইল-গাজা সংঘাত ৰোধৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰস্তাৱ কৰা বিস্তৃত শান্তি পৰিকল্পনাক প্ৰশংসা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মঙ্গলবাৰে এক্সত...
Read moreDetailsভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ মাতৃ কমলতাই গাভাই-এ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা আয়োজিত বিজয়াদশমী আৰু শতবাৰ্ষিকী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ...
Read moreDetailsপ্ৰথমবাৰৰ বাবে ভাৰত আৰু ভূটানৰ মাজত নিৰ্মাণ হ’ব দুটাকৈ ৰে’লপথ। এই দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বৈদেশিক সম্পৰ্কক অধিক শক্তিশালী...
Read moreDetailsবিজেপিৰ প্ৰবীণ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ ৯৪ বছৰ বয়সত মঙলবাৰে, ৩০ ছেপ্টেম্বৰৰ পুৱা দেহাৱসান ঘটে। যোৱা কেইদিনমানৰ পৰা মালহোত্ৰা এইমছত...
Read moreDetailsভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সামুদ্ৰিক সামগ্ৰীৰ ওপৰত আমেৰিকাৰ ৫০% শুল্ক আৰোপ কৰিলে ৰপ্তানিৰ ক্ষেত্ৰত নেতিবাচক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd