DMCA.com Protection Status

দেশ

ডিজিটেল মিদিয়াত এফ ডি আইৰ অনুমতি ||মোদী কেবিনেটৰ সিদ্ধান্ত

ডিজিটেল মিডিয়াত প্ৰত্যক্ষ বিদেশী বিনিয়োগকে ধৰি বুধবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী কেবিনেটে। কেবিনেট বৈঠকৰ পিছতে এই সিদ্ধান্তসমূহ...

Read more

ৰাণু মণ্ডলে তেওঁৰ প্ৰথমটো গানেৰে উপাৰ্জন কৰিলে ৬ লাখ টকা

ৰেইলৱে ষ্টেশ্যনত লতা মংগেশকাৰৰ গীত গাই জীৱিকা উলিওৱা ৰাণু মণ্ডল আজি নিজৰ প্ৰতিভাৰ বলত দেশৰ এগৰাকী শেহতীয়া তাৰকালৈ পৰিগণিত হৈছে।...

Read more

ছয়বাৰৰ চেম্পিয়ন মেৰীকমলৈ এছিয়াৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান

মালেয়েছিয়াৰ ছানৱে পিৰামিড হোটেলত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত মঙলবাৰে ছয়বাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন এম চি মেৰীকমক এছিয়াৰ শ্ৰেষ্ঠ...

Read more

দৰঙৰ থানাত মৃত্যুৰ কোলাত মৰু ৰাজস্থানৰ পৰা অনা উট

শেহতীয়া ঈদত কুৰবানিৰ চাহিদা পূৰণৰ বাবে বজাৰলৈ অনা এটা উটে দৰং আৰক্ষীৰ জিম্মাত মঙলবাৰে প্ৰাণ হেৰুৱাইছে। দৰং আৰক্ষীৰ জিম্মাধীন বাকী...

Read more

নাবালক চালকৰ পথ দুৰ্ঘটনাত জে’লত সোমাব অভিভাৱক ||বাহন আইন সবিশেষ

এতিয়াৰে পৰা ভাৰতবৰ্ষত নাবালক বাহন-চালকে সংঘটিত কৰা পথ দুৰ্ঘটনাৰ বাবে তিনি বছৰলৈকে জে’লত সোমাব পাৰে অভিভাৱক। ৯ আগষ্টত ৰাষ্ট্ৰপতি ৰাম...

Read more

অসংগঠিত খণ্ডৰ শ্ৰমিককো পি এফ প্ৰদানৰ বাবে আইন সংশোধনৰ দিশে মোদী চৰকাৰ

ঘৰুৱা সহায়কাৰী, ড্ৰাইভাৰকে ধৰি অসংগঠিত খণ্ডৰ শ্ৰমিককো পি এফৰ সুবিধা প্ৰদানৰ বাবে আইন সংশোধনৰ যো-জা চলাইছে নৰেন্দ্ৰ মোদী চৰকাৰে। শ্ৰম...

Read more

বিশ্ব বেডমিণ্টনত ইতিহাস ৰচা পি ভি সিন্ধুক সাক্ষাৎ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ

বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদকেৰে ইতিহাস ৰচা দেশৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুক আজি সাক্ষাৎ কৰে ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে। উল্লেখ্য...

Read more

মন্দাৱস্থাৰ জোৰা মাৰিবলৈ কেন্দ্ৰলৈ ৰিজাৰ্ভ বেংকৰ ১.৭৬ লাখ কোটি টকা

দেশত চলি থকা আৰ্থিক মন্দাৱস্থাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰলৈ ১.৭৬ লাখ কোটি টকা হস্তান্তৰ কৰাত অনুমোদন জনাইছে। ২৬...

Read more

চুপাৰি চিণ্ডিকেটত প্ৰভাৱশালী নেতা, শীৰ্ষ আৰক্ষী বিষয়া, অসাধু ব্যৱসায়ী জড়িত থকাৰ গুৰুতৰ অভিযোগ ৰমেন ডেকাৰ

কৃষক নেতা অখিল গগৈ আৰু বিভিন্ন সংবাদ মাধ্যমৰ পাছত এইবাৰ ৰাজ্যখনৰ এগৰাকী প্ৰাক্তন সাংসদে চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰা...

Read more

পাৰফেক্ট, অতি মৰমিয়াল স্বামীত আমনি পাই আৰব মহিলাৰ তালাক আবেদন

ভাৰতত তিনি তালাকক লৈ চলন্ত চৰ্চাৰ মাজতে সংযুক্ত আৰব এমিৰে’টছৰ সংবাদ পত্ৰত প্ৰকাশ পাইছে এই অগতানুগতিক ঘটনাৰ বাতৰি। মহিলাগৰাকীৰ মতে,...

Read more
Page 953 of 989 1 952 953 954 989

Recent News