বাংলাদেশ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দেশৰ সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি শ্বেখ হাছিনাৰ আৱামি লীগ নিষিদ্ধ কৰিছিল, যিটো সিদ্ধান্ত পিছৰ...

Read more

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ হ’ল চাৰিটা বাংলাদেশী টিভিৰ ইউটিউব চেনেল। ভাৰত চৰকাৰৰ অনুৰোধত ইউটিউব কৰ্তৃপক্ষই ভাৰতত এইবোৰ ব্লক কৰি দিছে। নিষিদ্ধ হোৱা...

Read more

বাংলাদেশলৈ উভতিব লণ্ডনত চিকিৎসা গ্ৰহণ কৰি থকা খালেদা জিয়া, কাটাৰে কৰিছে বিশেষ বিমানৰ ব্যৱস্থা

লণ্ডনত প্ৰায় চাৰি মাহ চিকিৎসাৰ অন্তত ঘৰলৈ উভতি আহিব বিএনপিৰ অধ্যক্ষ খালেদা জিয়া। অহা সপ্তাহত লণ্ডনৰ পৰা বোৱাৰী দুগৰাকীৰ সৈতে...

Read more

নিজৰ কল্পনাশক্তিৰ অপব্যৱহাৰ বাংলাদেশী কূটনীতিবিদৰ! যদি পাকিস্তানক আক্ৰমণ কৰা হয় তেন্তে উত্তৰ-পূব ভাৰত দখল কৰাৰ হুংকাৰ

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ সংঘাতে এক নতুন মাত্ৰা লাভ কৰিছে। কটকটীয়া নিৰাপত্তাৰক্ষীৰে আগুৰি ধৰিছে সীমান্ত। ভাৰতৰ সম্ভাৱ্য...

Read more

অন্ত পৰিল জল্পনা-কল্পনাৰ! বাংলাদেশৰ ক্ষমতা সলনিৰ পিছত প্ৰথমবাৰৰ বাবে মোডীক সাক্ষাৎ কৰিলে ইউনুছে

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে সাক্ষাৎ...

Read more

ঘূৰিও নাচালে! বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনত একেলগে দেখা গ’ল মোদী-ইউনুছক

দুজন ৰাষ্ট্ৰপ্ৰধানে লগ পালে... কিন্তু যেন ইজনে-সিজনক চিনিয়ে নাপালে। বৃহস্পতিবাৰে বেংককত বংগ উপসাগৰক কেন্দ্ৰ কৰি বুজাবুজিৰ মঞ্চ বিমষ্টেক সন্মিলনৰ দৃশ্য...

Read more

চীনক তিস্তা নদীৰ জল ব্যৱস্থাপনা প্ৰকল্পত বিনিয়োগ কৰিবলৈ আহ্বান বাংলাদেশৰ

চীনে আৰম্ভ কৰিছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি। এই প্ৰকল্প সন্দৰ্ভত বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। বিশেষজ্ঞসকলে দাবি কৰিছে যে...

Read more

খেলপথাৰতে হাৰ্ট এটেকত আক্ৰান্ত বাংলাদেশী ক্ৰিকেটাৰ তামিম ইকবাল; লাইফ চাপৰ্টত ৰখা হৈছে হাস্পাতালত  

বাংলাদেশৰ আক্ৰমণাত্মক বেটাৰ তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ তামিম ইকবাল মেচ খেলি থকাৰ সময়তে হাৰ্ট এটেকত আক্ৰান্ত হয়। তেওঁৰ অৱস্থা সংকটজনক। অসুস্থ...

Read more

সৰ্বনাশ! শ্ৰমিক নেতাৰ অণ্ডকোষ চিঙি লৈ দৌৰি পলাল শিয়াল

বাংলাদেশৰ লালমণিৰহাটত হঠাৎ বৃদ্ধি পাইছে শিয়ালৰ আক্ৰমণ। শিয়ালৰ আক্ৰমণত আহত হৈছে কেইবাজনো লোক। ঘৰচীয়া জন্তু চুৰি কৰি ৰাইজৰ নিদ্ৰা হৰিছে...

Read more

বাংলাদেশ আৰু ভাৰত উভয় দেশৰে ভোটাৰ তালিকাত তৃণমূল কৰ্মীৰ নাম! অভিযোগ বিজেপি নেতাৰ

বাংলাদেশ আৰু ভাৰত দুয়োখন দেশৰ ভোটাৰ তালিকাত এগৰাকী তৃণমূল কৰ্মীৰ নাম আছে বুলি দাবী কৰিছে বিজেপিয়ে। দলটোৱে নথি-পত্ৰৰ লগতে এই...

Read more
Page 2 of 49 1 2 3 49

Recent News