আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

ভাৰতৰ কিংবদন্তী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৩ সংস্কৰণৰ আগতে প্ৰশিক্ষণ আৰম্ভ কৰিছে। এগৰাকী ক্ৰিকেটাৰ হিচাপে ধোনীয়ে যথেষ্ট...

Read moreDetails

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ বিৰুদ্ধে আৰম্ভ হ’ল বিজেপি চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰ। উল্লেখযোগ্য যে ‘টুইটাৰ’ আৰু ‘ফেচবুক’ত সাংসদ ভূঞাই মুখ্যমন্ত্ৰী হিমন্ত...

Read moreDetails

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

অসমৰ মহাবিদ্যালয়সমূহত অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত ইটোৰ পিছত সিটো বেমেজালি সৃষ্টি হৈ অহাৰ সময়তে অন্য এক গুৰুতৰ দিশে হতাশ আৰু শংকিত...

Read moreDetails

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

বিশ্বব্যাপী মন্দাৱস্থাৰ মাজত তথ্য প্ৰযুক্তি খণ্ডৰ বহু কৰ্মীয়ে চাকৰি হেৰুৱাইছে। নতুন কৰ্মস্থানত যোগদান কৰাৰ কেইদিনমানৰ ভিতৰতে বহু কৰ্মচাৰীক ছাঁটাই কৰা...

Read moreDetails

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি: কাইলৈৰ পৰা গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত লোক

বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব ৰাজ্যত। এই অনুসৰি, কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্যবিবাহৰ লগত জড়িত...

Read moreDetails

বাজেটত নিবনুৱা, দৰিদ্ৰতাৰ বিষয়ে দিয়া নাই গুৰুত্ব; নতুন কৰ ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন তুলিলে পি চিদাম্বৰমে

কংগ্ৰেছ নেতা পি চিদাম্বৰমে বুধবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটত নিবনুৱা আৰু দৰিদ্ৰতাৰ বিষয়ত কোনো গুৰুত্ব দিয়া নাই...

Read moreDetails

অভিনৱ লুক! ৩০ কিলোগ্ৰাম ওজনৰ শাৰী, ৩ কোটি টকাৰ অলংকাৰ পিন্ধি ‘শকুন্তলা’ হ’ল সামান্থা!

সামান্থা ৰুথ প্ৰভু দক্ষিণৰ চলচ্চিত্ৰৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী। তেওঁ অলপতে এটা বিৰল ৰোগত আক্ৰান্ত হৈছিল। তথাপি তেওঁ থমকি ৰ'বলৈ...

Read moreDetails

গোপন নথিপত্ৰ বিচাৰি পুনৰ জো বিডেনৰ ঘৰত চাৰে তিনি ঘণ্টা ধৰি তালাচী এফ বি আইৰ

গোপন চৰকাৰী নথি বিচাৰি দেশখনৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফ বি আইয়ে পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ঘৰত চাৰে তিনি ঘণ্টা...

Read moreDetails

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

এইবাৰ মুঠ ৮০০ টা ভাৰতীয় শব্দই অক্সফৰ্ড অভিধানত স্থান লাভ কৰিছে। সেই তালিকাত 'দেশ', 'বিন্দাছ', 'দিয়া'ৰ দৰে বহুতো ভাৰতীয় শব্দ...

Read moreDetails

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

হিতাধিকাৰী আঁচনিৰে হিতাধিকাৰক তিতাধিকাৰলৈ পৰিণত কৰিছে ৰাজ্য চৰকাৰে। এফালে হিতাধিকাৰ আঁচনিৰ জৰিয়তে ৰাইজৰ মন ভোলাই আনহাতে কেকোঁৰা চেপা দিছ টকা...

Read moreDetails
Page 1239 of 5996 1 … 1,238 1,239 1,240 … 5,996

Stay Connected

Recent News