ৰাজনীতিৰ পৰা অৱসৰ ল’লে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা নুৰজামাল সৰকাৰে

ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা নুৰজামাল সৰকাৰে সক্ৰিয় ৰাজনীতিৰ পৰা সন্যাস ল'লে। বিশ্বনাথ বিধানসভা সমষ্টিৰ তিনিবাৰৰ বিধায়ক হিচাপে...

Read moreDetails

ডাউনটাউনস্থিত Nuts and brew বাৰৰ ভিতৰত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি; চাৰিজনক আটক

শুকুৰবাৰে নিশা মহানগৰীৰ ডাউনটাউনত থকা বিলাসী বাৰ Nuts and brew ত চাৰিজন যুৱকে উদ্ভণ্ডালি চলায়। বাৰ কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত দলটোক...

Read moreDetails

পুনৰ চৰ্চাত পুটিনৰ প্ৰাক্তন প্ৰেমিকা! কোন এই এলিনা কাবায়েভা?

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান চলোৱাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে চৰ্চাৰ মধ্যমনি হৈ উঠিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। যুদ্ধৰ বাবে ব্যাপক...

Read moreDetails

চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুজন যুৱকক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে

চোৰাংচোৱাগিৰিৰ অপৰাধত আলফা স্বাধীনে দুজন যুৱকক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ যুৱক দুজনক মৃত্যদণ্ড বিহাৰ কথা...

Read moreDetails

অস্থিৰ শ্ৰীলংকা! দেশজুৰি বিক্ষোভৰ মাজতে মাজনিশা ঘোষণা কৰা হ’ল জৰুৰী অৱস্থা

মাজনিশাৰ পৰাই শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিলে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেই। তীব্ৰ আৰ্থিক সংকটৰ সময়ত দেশজুৰি বিক্ষোভৰ মাজতে শ্ৰীলংকা চৰকাৰে...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ বাবে সাজু মুকেশ আম্বানীৰ সংস্থা

গুজৰাটৰ জামনগৰত বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা স্থাপনৰ লক্ষ্যৰে আগবঢ়া মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে (আৰআইএল) এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত বন্যপ্ৰাণী...

Read moreDetails

ৰাজনীতিত প্ৰশান্ত কিশোৰৰ নতুন যাত্ৰা! কিমান কঠিন হ’ব তেওঁৰ এই কৌশলী অভিযান?

অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই নিৰ্বাচনী ৰাজনীতিলৈ অহাটো প্ৰায় নিশ্চিত হৈছে প্ৰশান্ত কিশোৰ, চমুকৈ পিকেৰ। যোৱা কেইবাদিনো ধৰি তীব্ৰ চৰ্চাত...

Read moreDetails

চামগুৰিত আৰক্ষীৰ অভিযানত সজীৱ গুলী, পিষ্টল, নগদ ধনসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আটক

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ খাটোৱাল আৰক্ষী নিৱেশৰ অন্তৰ্গত গেৰুৱামুখ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।...

Read moreDetails

পুনৰ ৰাজ্যজুৰি তিনিটা পৰ্য্যায়ত শিক্ষা বিভাগৰ গুণোৎসৱ; ক’ত কেতিয়া অনুষ্ঠিত হ’ব জনালে শিক্ষামন্ত্ৰীয়ে

অহা ১১ মে’ৰ ১৪ মে’ লৈ ১১খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত কৰিব ৰাজ্যৰ শিক্ষা বিভাগে৷ প্ৰথম পৰ্য্যায়ত বঙাইগাঁও, চৰাইদেউ,...

Read moreDetails

কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা : বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন প্ৰত্যাখান দিল্লীৰ চৰকাৰৰ

ভাৰতত কোভিড-১৯ ত হোৱা মৃতকৰ সংখ্যাকলৈ বিভিন্ন মহলত বিতৰ্ক চলি আছে। আনকি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনতো ভাৰতত কোভিডত হোৱা মৃত্যুকলৈ...

Read moreDetails
Page 1568 of 5997 1 … 1,567 1,568 1,569 … 5,997

Stay Connected

Recent News