কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত বন্যহস্তীৰ শোকাৱহ মৃত্যু। বিদ্যুৎপৃষ্ট হৈ মৃত্যু বনৰীয়া হাতীটোৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। আজি পুৱতি...
Read moreDetails'কালিলৈকে উগ্ৰপন্থী হৈ আছে,আজি তেওঁলোকক গামোচা দিছে,চাকৰি দিছে আৰু ব্যক্তিগত নিৰপত্তাৰক্ষী দিছে।তেওঁলোকক দিছে আমি বেয়া পোৱা নাই।কিন্তু আমিতো দেশদ্ৰোহী কাম...
Read moreDetailsযোৱা নিশা ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদ এলেকাৰ দায়ৰং চেলাপাৰাত ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকৰ বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ চলাই বাসগৃহ লণ্ড-ভণ্ড...
Read moreDetailsগুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনলৈ কাজিৰঙাৰ পৰা তিনিটা নতুন গঁড় অনা হৈছে। বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণৰ (চিডব্লিউআৰচি)পৰা গঁড়কেইটা...
Read moreDetailsপঞ্জাৱ বিধানসভা নিৰ্বাচনত নভজ্যোৎ সিং সিদ্ধু পৰাজিত হৈছে। ইপিনে, সামাজিক মাধ্যমত ট্ৰেণ্ডিং হৈছে অৰ্চনা পূৰণ সিং! পূৰ্বেও সিদ্ধুৰ সৈতে নাম...
Read moreDetailsসমগ্ৰ ৰাজ্যতে অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ লোকে আৰক্ষীৰ চকুত ধুলি দি ব্যাপক ৰূপত অব্যাহত ৰাখিছে...
Read moreDetailsটকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলিনা বৰগোঁহাইয়ে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। বিশ্ব চেম্পিয়নশ্বিপত লাভলিনাকে ধৰি...
Read moreDetailsসঁচাকৈয়ে হৰ্ছ ট্ৰেডিং হব নেকি বৰপেটা পৌৰসভা গঠনত! এই আশংকা ব্যক্ত কৰিছে অসম গণ পৰিষদ দলৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হোৱা...
Read moreDetailsপঞ্জাৱত প্ৰায় নিশ্চিত হৈছে আম আদমী পাৰ্টীৰ বিজয়। বৰ্তমানলৈকে ৯১ খন আসনত আগবাঢ়ি থকা আপে। পঞ্জাৱৰ আন ৰাজনৈতিক দলসমূহক প্ৰায়...
Read moreDetailsপঞ্জাৱৰ কোনো চৰকাৰী কাৰ্যালয়তে আৰু মুখ্যমন্ত্ৰীৰ ফটো আঁৰি ৰখা নহ’ব। বৃহস্পতিবাৰে বিজয় স্পষ্ট হোৱাৰ পিছতে ৰাইজৰ সন্মুখত এইকথা ঘোষণা কৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd