‘দলসমূহৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ’ জনস্বাৰ্থৰ গোচৰৰ শুনানিত কি ক’লে উচ্চতম ন্যায়ালয়ে?

ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ব্যয়ৰ নিৰ্দিষ্ট সীমা আৰোপ কৰাৰ দাবীত দাখিল কৰা জনস্বাৰ্থৰ গোচৰৰ (পিআইএল) পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু...

Read moreDetails

এতিয়াও লাভ কৰা নাই ড্ৰাইভিং লাইচেন্স; দুখন গাড়ীৰ মালিক হৈ পৰিল বৈভৱ সূৰ্যবংশী

তেওঁৰ বয়স মাত্ৰ ১৪ বছৰ। স্কুলৰ বেঞ্চ, নেট প্ৰেকটিছ আৰু বয়সভিত্তিক ক্ৰিকেটেই বৈভৱ সূৰ্য্যবংশীৰ জগত হৈ পৰিছে। আইনৰ দৃষ্টিত তেওঁৰ...

Read moreDetails

পশ্চিম কামৰূপৰ কৃষিভূমিত অবাধে চলিছে অবৈধ বালি খনন: বন বিভাগৰ নীৰৱতাক লৈ ৰাইজৰ ক্ষোভ

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ লোহাৰঘাট বনাঞ্চলৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ কৃষিভূমিত দিন-দুপৰতে অবাধে অবৈধ বালি খনন চলি থকাৰ গুৰুতৰ অভিযোগ...

Read moreDetails

টিৰাপ জনজাতীয় বেল্টৰ অস্তিত্বলৈ ভাবুকি! এনইচিৰ বিৰুদ্ধে গৰজি উঠিল খিলঞ্জীয়া সংগঠনসমূহ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত লেখাপানীৰ ছালিকী গাঁৱত নৰ্থ ইষ্টাৰ্ণ ক'লফিল্ডছৰ (NEC) দ্বাৰা প্ৰস্তাৱিত এক মুক্ত কয়লা খনন (open-cast coal mining)...

Read moreDetails

ৰাজ্যজুৰি ৩৬ ঘণ্টা অচল হৈ থাকিব ‘মাই বিজুলী’কে ধৰি এপিডিচিএলৰ সকলো পৰ্টেল

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) নিজৰ ডিজিটেল আন্তঃগাঁথনি উন্নত কৰাৰ উদ্দেশ্যে ক্লাউড মাইগ্ৰেচনৰ (cloud migration) বাবে অহা ২৮ ফেব্ৰুৱাৰীৰ...

Read moreDetails

হিমন্তৰ প্ৰাক-নিৰ্বাচনী চমক! অসমত ১০০০% লৈ বৃদ্ধি পালে মাটিৰ খাজনা

অসমৰ বৰ্তমানৰ বিত্তীয় পৰিস্থিতি অতিশয় উদ্বেগজনক হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে সাধাৰণ জনতাৰ ওপৰত মাটিৰ খাজনাৰ নামত এক বৃহৎ...

Read moreDetails

ক্ষতিপূৰণৰ দাবীত উত্তাল ডিমা হাছাও: দলাই চুঙাত ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাম

অসমৰ ডিমা হাছাও জিলাৰ দলাই চুঙা গাঁৱৰ ক্ষুব্ধ ৰাইজে ভূমি অধিগ্ৰহণৰ উপযুক্ত ক্ষতিপূৰণৰ দাবীত বুধবাৰৰ পৰা শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ চাৰিলেনযুক্ত...

Read moreDetails

কাজিৰঙা-লাওখোৱা-বুঢ়াচাপৰিৰ জলাশয়ত পৰিভ্ৰমী চৰাইৰ ভিৰ: গণনাত পোহৰলৈ আহিল কেইবাবিধো বিলুপ্তপ্ৰায় প্ৰজাতি

যোৱা শীতকালত কাজিৰঙা-লাওখোৱা-বুঢ়াচাপৰি প্লাৱনভূমি এলেকাত অনুষ্ঠিত সপ্তম 'কাজিৰঙা জলচৰ পক্ষী গণনা'ত ১০৭ টা ভিন্ন প্ৰজাতিৰ মুঠ ১,০৫,৫৪০ টা চৰাই লিপিবদ্ধ...

Read moreDetails

ৰাজ্যসভাৰ উপস্থিতিৰ হাৰ ৫৩ শতাংশ; ৬ বছৰত নুসুধিলে এটাও প্ৰশ্ন! সাংসদ হিচাপে কি কৰিলে ৰঞ্জন গগৈয়ে?

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ৰাজ্যসভাৰ সাংসদ হিচাপে ছয় বছৰীয়া কাৰ্যকালৰ খতিয়ান আৰু তেওঁৰ সংসদীয় প্ৰদৰ্শনক লৈ এক বিশেষ প্ৰতিবেদন...

Read moreDetails

অসমৰ সাৰ্বভৌমত্ব হেৰুওৱাৰ ২০০ বছৰ: খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ দাবীৰে ডিব্ৰুগড় আৰু নগাঁৱত বিশেষ কাৰ্যসূচী

১৮২৬ চনৰ যিখন চুক্তিয়ে অসমৰ গৌৰৱোজ্জ্বল স্বতন্ত্ৰতাৰ অন্ত পেলাই ৰাজ্যখনক ব্ৰিটিছৰ অধীনলৈ ঠেলি দিছিল, সেই ঐতিহাসিক 'ইয়াণ্ডাবু সন্ধি'ৰ ২০০ বছৰ...

Read moreDetails
Page 176 of 5986 1 … 175 176 177 … 5,986

Stay Connected

Recent News