Topcem চিমেন্টৰ ‘কাণ্ডজ্ঞানহীন’ কাৰ্য; দিব্যাংগৰ বাবে সুবিধা নথকা টয়লেট, নাই পানীৰ ব্যৱস্থা
কৈলাশ চন্দ্ৰ লোহিয়াৰ অধীনৰ এটা এন্টাৰপ্ৰাইজ Topcem চিমেন্টে ইয়াৰ কৰ্প’ৰেট ছচিয়েল ৰেছপন্সিৱিলিটি (চিএছআৰ) ব্যৱস্থাৰ ৰূপায়নত চৰম ‘কাণ্ডজ্ঞানহীনতা’ দেখুওৱা পৰিলক্ষিত হৈছে।...
Read more