ছেপ্টেম্বৰতেই চেৰামে ভাৰতৰ বজাৰলৈ আনিব নোভোভ্যাক্সৰ নতুন কৰ’না ভেকচিন!

নোভোভ্যাক্সৰ প্ৰস্তুত কৰা কোভোভ্যাক্সৰ দ্বিতীয় তথা তৃতীয় পৰ্যায়ৰ ট্ৰায়েল দেশত ইতিমধ্যে আৰম্ভ হৈছে। এই কোভোভ্যাক্স ভেকচিন ভাৰত প্ৰস্তুত কৰিব চেৰাম...

Read moreDetails

ঐতিহ্যমণ্ডিত বহৰি সত্ৰক যিকোনো উপায়েৰে সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰীৰ

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বৃহস্পতিবাৰে বৰপেটা জিলাৰ বহৰিত ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা ব্যাপক খহনীয়াজনিত পৰিস্থিতিৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ...

Read moreDetails

জৰাজীৰ্ণ সতী জয়মতী প্ৰাথমিক বিদ্যালয়; আন্ত:গাঁথনি উন্নয়নৰ দাবী, আন্দোলনৰ হুংকাৰ ছাত্ৰ মুক্তিৰ

মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰ পাৱৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৯৯৪ চনত স্থাপিত সতী জয়মতী প্ৰাথমিক বিদ্যালয়খন জৰাজীৰ্ণ হৈ পৰিছে। ২০১৩ চনত প্ৰাদেশিকীকৰণ...

Read moreDetails

বোকাখাতত অনিয়ন্ত্ৰিত সংক্ৰমণ! ক’ভিডত আক্ৰান্ত কাজিৰঙাৰ ম’হপৰা গাওঁৰ পিতা-পুত্ৰৰ মৃত্যু

ৰাজ্যত ক'ভিডৰ সক্ৰমণ হ্ৰাস পাইছে যদিও বিগত এটা সপ্তাহত বোকাখাতত ক'ভিডৰ সংক্ৰমণ অনিয়ন্ত্ৰিত হৈ পৰিছে ৷ প্ৰতিদিনে সংক্ৰমিত ৰোগীৰ সংখ্যা...

Read moreDetails

কোকিলাত কিশোৰী অপহৰণকাৰীক খেদি খেদি কৰায়ত্ত আৰক্ষীৰ; অভিযুক্তক কাৰাগাৰালৈ প্ৰেৰণ

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাৰ পৰা এসপ্তাহ মান পূৰ্বে এগৰাকী কিশোৰীক অপহৰণ কৰা হৈছিল। সেই সম্পৰ্কে কোকিলা...

Read moreDetails

নিশা পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য; এইবাৰ ক’ত আছিল ইয়াৰ উৎপত্তিস্থল?

যোৱা নিশা ২ বাজি ৪মিনিট আৰু ৪ছেকেণ্ডত পুনৰ ৰিখটাৰ স্কেলত ৪.১ মেগনিটিউডৰ এটা ভূমিকম্পই ৰাজ্যখন জোকাৰি যায়। নেশ্যনেল চেন্টাৰ ফৰ...

Read moreDetails

সভাপতি নপতাত ক্ষোভ, কংগ্ৰেছ এৰি গেৰুৱা সাজ পিন্ধিব মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে!

কংগ্ৰেছ এৰি গেৰুৱা সাজ পিন্ধিব মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনাইছে এই কথা।...

Read moreDetails

সান্ধ্যআইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ আৰক্ষী, শতাধিক লোকক আটক

ৰাজ্যত এতিয়াও অব্যাহত আছে কোভিড বিধি। ৰাজ্যৰ কেইবাখনো জিলাত এতিয়াও কোভিড পৰিস্থিতি লক্ষ্যণীয় ভাবে উন্নত হোৱা নাই। এনে সময়তে সান্ধ্যআইন...

Read moreDetails

টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকক আন্ত:ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নাছাৰ স্বীকৃতি

আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান NASA ৰ অন্তৰ্গত International Asteroid Search Campaign চমুকৈ IASC ৰ গ্ৰহাণু বা উল্কাপিণ্ড অনুসন্ধান অভিযানত অংশগ্ৰহণ...

Read moreDetails

ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হ’ল, কিমান জনে সাৱটিলে মৃত্যুক?

দিন বাগৰাৰ লগে লগে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ বহু খিনি উন্নতি হৈছে।তথাপি জিলা বিশেষে কোভিড নিষেধাজ্ঞাও এতিয়াও বাহাল আছে। সতৰ্কতামূলক ব্যৱস্থা...

Read moreDetails
Page 2111 of 5983 1 … 2,110 2,111 2,112 … 5,983

Stay Connected

Recent News