অধিক হিংস্ৰ হৈ উঠিছে ম্যানমাৰৰ জুণ্টা : নিৰ্বিচাৰে গুলীচালনা কৰি প্ৰায় ১৫ গৰাকী স্বাস্থ্য কৰ্মীক হত্যা

কেৱল গণতন্ত্ৰকামী সাধাৰণ জনতাৰ ওপৰতে নিৰ্বিচাৰে গুলীচালনা কৰি ক্ষান্ত থকা নাই ম্যানমাৰৰ সামৰিক শাসক। এইবাৰ দেশখনৰ গণতন্ত্ৰকামী স্বাস্থ্য কৰ্মীৰ ওপৰতো...

Read moreDetails

‘আগতে চোৰ-ডকাইটসকল জে’ললৈ গৈছিল, এতিয়া বিজেপিলৈ যায়’; কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

৮ টা পৰ্যায়ত অনুষ্ঠিত হোৱা পশ্চিমবংগ বিধানসভাৰ ২০২১ৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ বাক যুদ্ধই চৰম সীমা স্পৰ্শ কৰিছে। দুই...

Read moreDetails

উত্তপ্ত নির্বাচন : দুটা বেলট বাকচ চুৰি; গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰাৰ্থীৰ ৮ গৰাকী সমৰ্থক

যেন নৈৰাজ্যই বিৰাজ কৰিছে বিজেপি শাসিত যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত! ইটোৰ পিছত সিটো জঘন্য অপৰাধমূলক ঘটনা ওৰ নপৰা উত্তৰ...

Read moreDetails

টীয়কৰ জগদুৱাৰ ৰঙালী বিহু সন্মিলনৰ আদৰণীয় পদক্ষেপ : সুস্থ পৃথিৱী কামনাৰে এহেজাৰ এশ এঘাৰ গছি বন্তি

যোৰহাট জিলাৰ টীয়কৰ অন্যতম পুৰণি বিহু উদযাপন সমিতি জগদুৱাৰ বিহু সন্মিলনে দেশৰ কোভিডৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি বহাগৰ পহিলা দিনাই...

Read moreDetails

পহিলা বহাগতে খুমটাইত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ২, আহত দুই

গোলাঘাটত পহিলা বহাগতে সংঘটিত হ'ল শোকাৱহ পথ দুৰ্ঘটনা। খুমটাই কচুপথাৰৰ ধোদৰ আলিত এই দুৰ্ঘটনা। দুৰ্ঘটনাত দুজন নিহত এজন গুৰুত্বৰভাৱে আহত।...

Read moreDetails

দিল্লীৰ কা আন্দোলনৰ হিংসাত্মক কাণ্ডৰ গোচৰ : জামিন লাভ জেএনইউৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদে যোৱা বছৰৰ দিল্লীৰ কা বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক কাণ্ডত জড়িত থকাৰ...

Read moreDetails

গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচন : কংগ্ৰেছৰ উত্থান, বিজেপিয়ে লাভ কৰিলে মাত্ৰ ২ খন আসন

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে বৃহত্তম দল হিচাপে পৰিগণিত হৈছে। অৱশ্যে বৃহত্তম...

Read moreDetails

মহামাৰী ৰোধত ব্যৰ্থ চৰকাৰ; ক’ৰ’ণাক্ৰান্তৰ সংখ্যা গোপন কৰাৰ অভিযোগ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাৰ গান্ধীৰ

উত্তৰ প্ৰদেশ চৰকাৰক কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী...

Read moreDetails

এতিয়া ভাৰতত মহিলা মুখ্য ন্যায়াধীশে দায়িত্ব লোৱাৰ সময় আহিছে : কোনে ক’লে এই কথা?

ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মহিলা ন্যায়াধীশক চাব খোজে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ বুবদে-এ। মুখ্য ন্যায়াধীশগৰাকীৰ মতে মহিলাই ন্যায়ালয়ৰ মুখ্য...

Read moreDetails

ৰঙালীৰ আনন্দ-উল্লাসৰ মাজতে গোলাঘাটত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

যোৱাটো বৰ্ষত সমগ্ৰ ৰাজ্যত ক'ভিডে ম্লান পেলাইছিল অসমীয়াৰ প্ৰাণ ৰঙালী বিহুটি। কিন্তু এইবাৰ বিহু উদযাপনত পিছ পৰি ৰোৱা বৃহৎ অসমীয়া...

Read moreDetails
Page 2289 of 5985 1 … 2,288 2,289 2,290 … 5,985

Stay Connected

Recent News