আক্ৰমণৰ সম্মুখীন হ’ল নামী-দামী খেলুৱৈৰে ভৰ্তি এখন বাছ, ভাঙিলে বাছৰ খিৰিকী, ক’ত?

বিশ্বৰ নামী দামী তাৰকাৰে ভৰি থকা এখন বাছ সম্মুখীন হ'ল তীব্ৰ আক্ৰমণৰ। এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে বাছখনলৈ বিভিন্ন সামগ্ৰী নিক্ষেপ...

Read moreDetails

আপত্তিজনক পোষ্ট ডিলিট কৰাৰ বিষয়ত ফেচবুকৰ নতুন নিয়ম, কি সেই নিয়ম?

ছ’চিয়েল মিডিয়াৰ অন্যতম মাধ্যম ফেচবুকৰ পৰা আপত্তিকৰ পোষ্ট ডিলিট কৰাৰ প্ৰসংগত আৰু ডিলিট হোৱা পোষ্ট পুনৰ ঘূৰাই পাবলৈ ফেচবুকে কেতবোৰ...

Read moreDetails

ৰঙালীৰ উচাহৰ মাজতে ৰাজ্যত ক’ৰ’ণাৰ সংহাৰ,৩৮৫ গৰাকী লোক নতুনকৈ আক্ৰান্ত,৩ জনৰ মৃত্যু

ৰাজ্যত ৰঙালীৰ উচাহক যেন ক’ৰ’নাতংকই ভালে খিনি ম্লান কৰি পেলাইছে। ৰাজ্যত বিগত ২৪ ঘণ্টাত ক’ৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ৩৮৫ গৰাকী...

Read moreDetails

”গণতন্ত্ৰৰ অৱক্ষয় বিশ্বৰ বিভিন্ন অঞ্চলত এটা গভীৰ সমস্যা হৈ দেখা দিছে” : চিআইএৰ অধ্যক্ষ

গণতন্ত্ৰৰ অৱক্ষয় বিশ্বৰ বিভিন্ন অঞ্চলত এটা অতি গভীৰ সমস্যা হৈ দেখা দিছে।চিআইএৰ (CIA) ) অধ্যক্ষ উইলিয়াম বাৰ্নছে এইদৰে কৈছে। আমেৰিকা...

Read moreDetails

পশ্চিমবংগৰ নিৰ্বাচন কেৱল নিৰ্বাচন নহয়, এয়া বংগৰ আত্মাৰ সুৰক্ষাৰ যুঁজ: ৰাহুল গান্ধী

পশ্চিমবংগৰ নিৰ্বাচন কেৱল নিৰ্বাচন নহয়, এয়া বংগৰ জনতাৰ বাবে আত্মাৰ সুৰক্ষাৰ যুঁজ। এই মন্তব্য কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ। পশ্চিমবংগত নিজৰ...

Read moreDetails

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দাউ দাউ কৈ জ্বলিল এখন গাড়ী, ক’ত?

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাত বুধ বাৰে সংগঠিত হয় এক ভয়াৱহ ঘটনা  ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দাউ...

Read moreDetails

পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠি খনি… আজি মানুহ বিহু, বিদেনেও জনালে ‘হেপ্পী বিহু’

ৰঙালীৰ ৰঙত মতলীয়া অসমবাসী। ক’ৰ’নাতংকয়ো যেন ম্লান পেলাব পৰা নাই বিহুৰ আনন্দ । এনে সময়তে দেশ বিদেশৰ পৰা অনেকেই অসমবাসীক...

Read moreDetails

মহাৰাষ্ট্ৰৰ জনতা কাৰ্ফিউলৈ পূৰ্ণ সমৰ্থন বলীউডৰ ছবি উদ্যোগৰ, দুৰ্গতজনক সহায়ৰ আহ্বান মুখ্যমন্ত্ৰীক

ভাৰতত ক’ৰ’না ভাইৰাছৰ অন্যতম কেন্দ্ৰ হিচাবে পৰিগণিত হোৱা মহাৰাষ্ট্ৰত কালি ৰাজ্য খনৰ চৰকাৰে ১৫ দিনৰ বাবে জনতা কাৰ্ফিউ ঘোষণা কৰিছে।...

Read moreDetails

দেশৰ হৃদপিণ্ডত ক’ৰ’নাৰ বজ্ৰাঘাত: এদিনতে আক্ৰান্ত ১৭ হাজাৰৰো অধিক লোক

ক’ৰ’নাই এতিয়া দেশৰ ১১ খন ৰাজ্যত মহাসংহাৰৰ সৃষ্টি কৰিছে। দেশৰ ৰাজধানী চহৰ দিল্লীত মাত্ৰ এটা দিনৰ ভিতৰতে ক’ৰ’নাথ আক্ৰান্ত হৈছে...

Read moreDetails

শোকাৱহ: পবিতৰা অভয়াৰণ্যত বন বিভাগৰ হাতীৰ গচকত মৃত্যু মাউতৰ

ৰঙালীৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত আজি সংঘটিত হৈছে শোকাৱহ ঘটনা। পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ হাতী ছাফাৰীৰ...

Read moreDetails
Page 2291 of 5985 1 … 2,290 2,291 2,292 … 5,985

Stay Connected

Recent News