বোকাখাতত ট্ৰেভেলাৰৰ যাত্ৰীৰ পৰা পিষ্টল উদ্ধাৰ : ধৃত দুজন

এক গোপন সুত্ৰৰ আধাৰত বোকাখাতআৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত এখন ট্ৰেভেলাৰৰ পৰা পিষ্টলসহ দুজন লোকক আটক কৰে ৷ ডিমাপুৰৰ পৰা...

Read moreDetails

কৰ’নাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ; কেইদিমান পূৰ্বে লৈছিল ভেকচিন

প্ৰায় এসপ্তাহ পূৰ্বে তেওঁ কৰ’না ভাইৰাছৰ ভেকচিনৰ প্ৰথমটো ড’জ  লৈছিল। তাৰ পাছতে এইবাৰ কৰ’নাত আক্ৰান্ত হ’ল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী...

Read moreDetails

পাঠশালাৰ এক্সিছ বেংকত বিধ্বংসী অগ্নিকাণ্ড; কথমপি ৰক্ষা পৰিল চহৰখনৰ বৃহৎ অঞ্চল

ব’হাগ বিহু উদযাপনৰ মাজতে বজালী জিলাৰ পাঠাশালা চহৰত অৱস্থিত এক্সিছ বেংকত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বাতৰি অনুসৰি, আজি...

Read moreDetails

বিজেপিৰ সংগ এৰিলে আৰু এটা দলে; ক্ৰমাৎ হ্ৰাস পাইছে এনডিএৰ শক্তি!

ৰাজ্যখনৰ সাধাৰণ নাগৰিকৰ বাবে কোন কাম কৰা নাই বিজেপিয়ে। এই অভিযোগ তুলি মঙলবাৰে এনডিএৰ পৰা আঁতৰিল গোৱা ফৰ’ৱাৰ্ড পাৰ্টিয়ে। গোৱা...

Read moreDetails

কৰ’না সংক্ৰমণৰ মাজতে আজি গৰু বিহু উদযাপন; যোগীবাৰী বিলত গৰু বিহু পালন খুমটাইৰ বিধায়কৰ

লাউ খা/বেঙেনা খা/ বছৰে বছৰে  বাঢ়ি যা/বাপেৰ সৰু/ মাৰ সৰু / তই হবি বৰ গৰু। আজি অসমীয়া জাতিৰ পৰম্পৰাগত গৰু...

Read moreDetails

দেশত দৈনিক কৰ’না সংক্ৰমণৰ পূৰ্বৰ সকলো অভিলেখ ভংগ! এদিনত মৃত্যু ১,০২৭জনৰ

দেশত কোনোমতে নিয়ন্ত্ৰণত আনিব পৰা হোৱা নাই কৰ’নাৰ সংক্ৰমণ। কৰ’নাত আক্ৰান্তৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ভাৰতত...

Read moreDetails

লাঁও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা! টীয়কৰ জাঁজী নৈত সমূহীয়া গৰু বিহু উদযাপন

আজি গৰু বিহু। সমগ্ৰ ৰাজ্য জুৰি আজি উদযাপন হৈছে গৰু বিহু। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ টীয়কৰ এজাৰগুৰি বাসী। পুৱা...

Read moreDetails

এতিয়াই মুক্তি নহয়! দীঘলীয়া সময়ৰ বাবে চলিব কৰ’নাৰ সন্ত্ৰাস; ক’লে WHOৰ মুৰব্বীয়ে

বিগত চাৰি সপ্তাহ ধৰি সমগ্ৰ বিশ্বতে ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। সেইদৰে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। ইয়াৰ মাজতে এক...

Read moreDetails

জীৱনৰ দ্বিতীয় ইনিংছলৈ সাজু! প্ৰেমিকৰ সৈতে বিয়াৰ তাৰিখ জনালে তাৰকা খেলুৱৈ জ্বালাই

যোৱা বছৰ নিজৰ জন্মদিনতে ফাইনেল হৈছিল সকলো। এইবাৰ গাত মাহ-হালধী সানিবলৈ আগবাঢ়িছে ভাৰতৰ তাৰকা বেডমিন্টন খেলুৱৈ জ্বালা গুট্টাই। অহা ২২...

Read moreDetails

সলনি নহ’ল ইতিহাস! ৰাছেল-ৰাণাৰ দুৰ্দান্ত প্ৰদৰ্শেনেও মুম্বাইৰ বিৰুদ্ধে জিকাব নোৱাৰিলে কলকাতাক

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আইপিএলত নিজৰ অতীত ইতিহাস সলনি কৰাৰ ক্ষেত্ৰত আকৌ এবাৰ মুখথেকেচা খালে কলকাতা নাইট ৰাইডাৰ্ছে। মঙলবাৰে সন্ধিয়া অনুষ্ঠিত...

Read moreDetails
Page 2293 of 5984 1 … 2,292 2,293 2,294 … 5,984

Stay Connected

Recent News