পৰিয়াল লোকৰ সা-সম্পত্তি কাঢ়ি নিলে আমগুৰিৰ বিধায়ক প্রদীপ হাজৰিকাই; বিস্ফোৰক অভিযোগ আত্মীয়ৰ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো চাৰিটা দিন বাকী থকা অৱস্থাত গৰম হৈ পৰিছে শিৱসাগৰৰ নিৰ্বাচনী বতাহ । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা...

Read moreDetails

চাঞ্চল্যকৰ! দেউতাকক হোটেলত ভাত খুৱাবলৈ নি জীৱন্তে জ্বলাই দিলে কন্যাই, ক’ত?

কলকাতাত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি, এগৰাকী ২২ বছৰীয়া যুৱতীয়ে দেউতাকক ৰাতি ঘৰৰ বাহিৰৰ এখন হোটেললৈ ভাত খাবলৈ...

Read moreDetails

মানুহৰ উৎপত্তি হৈছিল মংগল গ্ৰহত! কিন্তু কিয় পৃথিৱীলৈ গুচি আহিব লগা হ’ল?

মংগল গ্ৰহত বাস কৰিছিল মানুহে মানুহে? শেহতীয়াকৈ এটা টিকটক ভিডিঅ'ই ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। আমেৰিকাৰ সংবাদপত্ৰ 'দ্যা নিউজউইক'ত প্ৰকাশিত এটা...

Read moreDetails

অখিল গগৈৰ বিস্ফোৰক পত্র : দিয়া হৈছিল ২০ কোটি টকাৰ বিনিময়ত আৰএছএছত যোগদান আৰু মন্ত্ৰীত্বৰ প্ৰস্তাৱ

ৰাজ্যৰ বিধানসভাৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত সঘনে বৃদ্ধি পাইছে প্ৰতিপক্ষ ৰাজনৈতিক দলসমূহৰ প্ৰতি অভিযোগ-প্ৰতি অভিযোগ...

Read moreDetails

প্ৰায় ১৮ কোটি টকাত বিক্ৰী হ’ল এটি টুইট! ক’ত, কেনেকৈ?

মুখৰ কথা নহয়, একেবাৰে সঁচা ঘটনা। ছচিয়েল মিডিয়াৰ ক্ষমতাৰ উমান ল’বলৈ এইটো এটা উদাৰণেই বুলি ক’ব পাৰি। টুইটাৰৰ সহ প্ৰতিষ্ঠাপক...

Read moreDetails

শিৱসাগৰ সমষ্টিৰ বাসিন্দা হ’ল অখিল গগৈ; আজি নতুন গৃহত প্ৰৱেশ কৰিলে অখিলৰ পৰিয়াল

অখিল গগৈৰ নতুন ঠিকনা হ’ল শিৱসাগৰ চহৰৰ ফুকন নগৰ গোঁহাই চুকৰ মথাউৰি কাষত। আজি আনুষ্ঠানিকভাৱে নতুন গৃহত প্ৰৱেশ কৰে অখিলৰ...

Read moreDetails

মৰ্মান্তিক পথ দুৰ্ঘটনা; বাছ আৰু অটোৰ মুখামুখি সংৰ্ঘষত ১২ গৰাকী মহিলাকে ধৰি ১৩জন নিহত

মঙলবাৰে পুৱাই সংঘটিত হোৱা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ১৩জন লোকৰ মৃত্যু ঘটিছে। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। পুৱা...

Read moreDetails

আমেৰিকাৰ কলৰাডোত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীত আৰক্ষী বিষয়াকে ধৰি ১০ জন লোক নিহত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলৰাডো অংগ ৰাজ্যৰ কিং ছুপাৰমাৰ্কেটত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ১০জন লোক নিহত হৈছে। বন্দুকধাৰীৰ গুলীত এৰিক টেলি নামৰ ৫১...

Read moreDetails

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ১০ টা সংকল্প; পূৰ্বৰ ব্যৰ্থ প্ৰতিশ্ৰুতিৰ পুনৰ উল্লেখ; নাই বিশেষ নতুনত্ব

২০১৬ চনৰ পূৰ্বে বহু সপোন দেখুৱাই শাসনলৈ অহা বিজেপিয়ে পুনৰ পূৰ্বৰ দৰে সপোনভৰা প্ৰতিশ্ৰুতিৰে ১০ টা বিশেষ সংকল্পৰে প্ৰকাশ কৰি...

Read moreDetails

নাগালেণ্ডৰ পেৰেনত ৩জন লোকক গুলীয়াই হত্যা দুৰ্বৃত্তৰ; জ্বলাই দিলে বাহন, কেইবাটাও বাসগৃহ

নাগালেণ্ডৰ পেৰেন জিলাৰ লামহাইনামদী গাঁৱত সোমবাৰে সন্ধিয়া অজ্ঞাত দুৰ্বৃত্তই ৩জন লোকক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। বাতৰি অনুসৰি, ৰাজ্যখনৰ...

Read moreDetails
Page 2365 of 5986 1 … 2,364 2,365 2,366 … 5,986

Stay Connected

Recent News