শিৱসাগৰ সমষ্টিৰ বাসিন্দা হ’ল অখিল গগৈ; আজি নতুন গৃহত প্ৰৱেশ কৰিলে অখিলৰ পৰিয়াল

অখিল গগৈৰ নতুন ঠিকনা হ’ল শিৱসাগৰ চহৰৰ ফুকন নগৰ গোঁহাই চুকৰ মথাউৰি কাষত। আজি আনুষ্ঠানিকভাৱে নতুন গৃহত প্ৰৱেশ কৰে অখিলৰ...

Read moreDetails

মৰ্মান্তিক পথ দুৰ্ঘটনা; বাছ আৰু অটোৰ মুখামুখি সংৰ্ঘষত ১২ গৰাকী মহিলাকে ধৰি ১৩জন নিহত

মঙলবাৰে পুৱাই সংঘটিত হোৱা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ১৩জন লোকৰ মৃত্যু ঘটিছে। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। পুৱা...

Read moreDetails

আমেৰিকাৰ কলৰাডোত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীত আৰক্ষী বিষয়াকে ধৰি ১০ জন লোক নিহত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলৰাডো অংগ ৰাজ্যৰ কিং ছুপাৰমাৰ্কেটত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ১০জন লোক নিহত হৈছে। বন্দুকধাৰীৰ গুলীত এৰিক টেলি নামৰ ৫১...

Read moreDetails

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ১০ টা সংকল্প; পূৰ্বৰ ব্যৰ্থ প্ৰতিশ্ৰুতিৰ পুনৰ উল্লেখ; নাই বিশেষ নতুনত্ব

২০১৬ চনৰ পূৰ্বে বহু সপোন দেখুৱাই শাসনলৈ অহা বিজেপিয়ে পুনৰ পূৰ্বৰ দৰে সপোনভৰা প্ৰতিশ্ৰুতিৰে ১০ টা বিশেষ সংকল্পৰে প্ৰকাশ কৰি...

Read moreDetails

নাগালেণ্ডৰ পেৰেনত ৩জন লোকক গুলীয়াই হত্যা দুৰ্বৃত্তৰ; জ্বলাই দিলে বাহন, কেইবাটাও বাসগৃহ

নাগালেণ্ডৰ পেৰেন জিলাৰ লামহাইনামদী গাঁৱত সোমবাৰে সন্ধিয়া অজ্ঞাত দুৰ্বৃত্তই ৩জন লোকক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। বাতৰি অনুসৰি, ৰাজ্যখনৰ...

Read moreDetails

ধুবুৰীৰ ৫টা সমষ্টিত মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা; ৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

ধুবুৰী নিৰ্বাচনী জিলাৰ ৫টা বিধানসভা সমষ্টিত ৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাছত এতিয়া মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অহা ৬এপ্ৰিলত...

Read moreDetails

খুমটাইত কংগ্ৰেছ নেতাক আক্ৰমণৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া বিস্মিতা গগৈৰ; বিজেপিলৈ সকীয়নি

গোলাঘাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত হিংসা আৰু অবৈধ ধন লেনদেনৰ দৰে ঘটনা যেন ক্ৰমাৎ বৃদ্ধি...

Read moreDetails

হ্ৰাস কৰা হ’ল মদ খোৱাৰ বাবে বয়সৰ সীমা! কিমান বছৰ বয়সৰ পৰা কৰিব পাৰিব মদ্যপান?

আইনগতভাৱে মদ্যপানৰ বয়সৰ সীমা হ্ৰাস কৰিলে দিল্লীয়ে। পূৰ্বে দেশৰ ৰাজধানীখনত ২৫ বছৰৰ তলত কোনোৱে মদ খাব বা ক্ৰয় কৰিব নোৱাৰিছিল।...

Read moreDetails

দুখীয়াৰ দুখ বুজা তথা দেশ আৰু জাতি ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিবলৈ আহ্বান ৰূপজ্যোতি কুৰ্মীৰ

চৌদিশে নিৰ্বাচনী বতাহ। সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। সোমবাৰে টীয়কৰ মুদৈজান ভৰলুৱা গাঁৱত ৰাজৈ বাদুলীপুখুৰী পঞ্চায়তৰ অধীনত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী...

Read moreDetails

পুনৰ নিৰ্বাচনী হিংসা: খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি মণ্ডল কংগ্ৰেছৰ সভাপতি

অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে বিজেপি, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দল তথা আন প্ৰাৰ্থীসকলে...

Read moreDetails
Page 2378 of 5998 1 … 2,377 2,378 2,379 … 5,998

Stay Connected

Recent News