দেশত পুনৰ ঘটিছে ব্যাপক কোভিড সংক্ৰমণ : যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰ লোক আক্ৰান্ত

দেশত কোভিড সংক্ৰমণে পুনৰ ব্যাপক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা ২৪ ঘণ্টাত প্ৰায় ৪০ হাজাৰ লোক কোভিড১৯ত আক্ৰান্ত হৈছে।...

Read moreDetails

গোলাঘাটত মৃত নাহৰফুটুকী উদ্ধাৰ : পুখুৰীৰ পাৰত পৰি আছিল নাহৰফুটুকীটোৰ মৃতদেহ

গোলাঘাটৰ কঠীয়াতলীত এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। জিলাখনৰ কঠীয়াতলী অঞ্চলৰ এটা পুখুৰীৰ পাৰত মৃত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰে...

Read moreDetails

গোলাঘাট জিলাত বয়োজ্যেষ্ঠ, বিশেষভাৱে সক্ষম আদি ভোটাদাতাৰ প’ষ্টেল ভোটগ্ৰহণ আৰম্ভ

গোলাঘাট নিৰ্বাচন জিলাত বৃহস্পতিবাৰৰ পৰা বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ প'ষ্টেল বেলটযোগে...

Read moreDetails

আলোচনাৰ পূৰ্বে ভাৰতৰ মানৱ অধিকাৰ ভংগৰ কথা সোঁৱৰাই দিলে শীৰ্ষ মাৰ্কিন নীতি নিৰ্ধাৰকে

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনে শুকুৰবাৰে ভাৰত ভ্ৰমণলৈ আহি নতুন দিল্লীত উপস্থিত হ’ব। ভাৰতৰ সৈতে মাৰ্কিন নিৰাপত্তা সচিবগৰাকীয়ে কি...

Read moreDetails

যৌন অপৰাধৰ ক্ষেত্ৰত ৭ টা নিৰ্দেশনা জাৰী কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে; নিৰ্দেশনাসমূহ কি কি?

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে যৌন অপৰাধৰ গোচৰসমূহৰ বিচাৰৰ ক্ষেত্ৰত ৭ টা নিৰ্দেশনা জাৰি কৰিছে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে।...

Read moreDetails

অন্তঃকন্দলত জৰ্জিৰত ৰাজ্যিক বিজেপি! : সভাপতি ৰঞ্জিত দাসে বহিষ্কাৰ কৰিলে ১৫ গৰাকীকৈ নেতাক

অসম ৰাজ্যিক বিজেপিয়ে ১৫ গৰাকী নেতাক দলৰ প্ৰাখমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে। বৃহস্পতিবাৰে ৰাজ্যিৰ বিজেপিৰ সাধাৰণ সম্পাদক ৰাজদীপ ৰয়...

Read moreDetails

টকাৰ উজান! ১৩ লাখ টকা জব্দ, আৰক্ষীৰ তদন্ত অব্যাহত, ক’ত?

বাক্সা জিলাৰ কুমাৰীকাটাত উঠিছে টকাৰ উজান। ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ কুমাৰীকাটাত আজি সন্ধিয়া ফ্লাইং স্কোৱাডৰ দলে অভিযান চলাই এজন...

Read moreDetails

সমলিংগ বিবাহক স্বীকৃতি প্ৰদানৰ ব্যৰ্থতাক অসাংবিধানিক আখ্যা দিলে জাপানৰ আদালতে

বিশ্বৰ অন্যতম আগশাৰী ৰাষ্ট্ৰ জাপানত এতিয়াও সমলিংগ বিবাহ অবৈধ। এখন আদালতে প্ৰদান কৰা এক ঐতিহাসিক ৰায়ে সমলিংগ বিবাহ অস্বীকৃতিৰ ক্ষেত্ৰত...

Read moreDetails

ভাৰত-পাকিস্তান : দুয়োখন দেশে অতীতক পাহৰি নতুনক আদৰিবলৈ আহ্বান পাক সেনাপ্ৰধানৰ

পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল কোৱামাৰ জাভেড বাজৱাই বৃহস্পতিবাৰে কয় যে ভাৰত আৰু পাকিস্তানে পুৰণি শত্ৰুতা পাহৰি একেলগে আগবাঢ়ি যাব লাগে। 'ইছলামাবাদ...

Read moreDetails

অসম জাতীয় পৰিষদৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; দিছপুৰ আৰু পশ্চিম গুৱাহাটীত কোন হ’ব প্ৰাৰ্থী?

অসম জাতীয় পৰিষদে প্ৰকাশ কৰি উলিয়াইছে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তৃতীয়খন আলিকা। বৰ্তমানলৈকে মুঠ ৮৫ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা...

Read moreDetails
Page 2377 of 5985 1 … 2,376 2,377 2,378 … 5,985

Stay Connected

Recent News